ETV Bharat / international

গ্লাছগোত আয়োজিত হ'ব ৰাষ্ট্ৰসংঘৰ বতৰ পৰিৱৰ্তন সমাৰোহ, 2020

author img

By

Published : Aug 11, 2019, 7:34 PM IST

ৰাষ্ট্ৰসংঘৰ বতৰ পৰিৱৰ্তন সমাৰোহ, 2020 আয়োজন কৰিব গ্লাছগো চহৰে ৷ এই সমাৰোহত বিশ্বৰ নেতা সকলৰ লগতে প্ৰায় 30,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

গ্লাছগোত আয়োজিত হ'ব ৰাষ্ট্ৰসংঘৰ বতৰ পৰিবৰ্তন সমাৰোহ, 2020

ইন্টাৰনেশ্বনেল ডেস্ক, 11 আগষ্ট : ৰাষ্ট্ৰসংঘৰ বতৰ পৰিৱৰ্তন সমাৰোহ আয়োজন হোৱাৰ সম্ভাৱনা আছে গ্লাছগো চহৰত ৷ উল্লেখ্য যে, 2020 বৰ্ষত অনুষ্ঠিত হ'বলগা COP26 (the 26th Conference of the Parties) ৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে এই সমাৰোহ ৷ COP26 আয়োজনৰ বাবে গ্ৰেট ব্ৰিটেইন আৰু ইটালীয়ে ইতিমধ্যেই প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু গ্ৰেট ব্ৰিটেইনে এই অধিকাৰ লাভ কৰিলে বতৰ পৰিবৰ্তন সমাৰোহ, 2020 গ্লাছগো চহৰত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, 2020 ৰ শেষৰ দুটা সপ্তাহত আৰম্ভ হ'বলগা এই সমাৰোহত বিশ্বৰ নেতা সকলৰ লগতে প্ৰায় 30,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ এই সমাৰোহ আয়োজনৰ অধিকাৰ লাভ কৰিলে বিশ্বৰ 200 নেতাই অংশগ্ৰহণ কৰা এইয়া গ্ৰেট ব্ৰিটেইনৰ প্ৰথমখন সৰ্ববৃহৎ সমাৰোহ হিচাপে গণ্য কৰা হ'ব ৷

UK CHOOSES GLASGOW TO HOST UN CLIMATE CHANGE SUMMIT, 2020

গ্লাছগোত আয়োজিত হ'ব ৰাষ্ট্ৰসংঘৰ বতৰ পৰিবৰ্তন সমাৰোহ, 2020

ইন্টাৰনেশ্বনেল ডেস্ক, 11 আগষ্ট : এখন অত্যাৱশ্যকীয় ৰাষ্ট্ৰসংঘৰ বতৰ পৰিৱৰ্তন সমাৰোহ আয়োজন হোৱাৰ সম্ভাৱনা আছে গ্লাছগো চহৰে ৷ উল্লেখ্য যে, 2020 বৰ্ষত অনুষ্ঠিত হ'বলগা COP26 (the 26th Conference of the Parties) ৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে এই সমাৰোহ ৷ COP26 আয়োজনৰ বাবে গ্ৰেট ব্ৰিটেইন আৰু ইটালীয়ে ইতিমধ্যেই প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু গ্ৰেট ব্ৰিটেইনে এই অধিকাৰ লাভ কৰিলে বতৰ পৰিবৰ্তন সমাৰোহ, 2020 গ্লাছগো চহৰত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে, 2020 ৰ শেষৰ দুটা সপ্তাহত আৰম্ভ হ'বলগা এই সমাৰোহত বিশ্বৰ নেতা সকলৰ লগতে প্ৰায় 30,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ এই সমাৰোহ আয়োজনৰ অধিকাৰ লাভ কৰিলে বিশ্বৰ 200 নেতাই অংশগ্ৰহণ কৰা এইয়া গ্ৰেট ব্ৰিটেইনৰ প্ৰথমখন সৰ্ববৃহৎ সমাৰোহ হিচাপে গণ্য কৰা হ'ব ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.