ETV Bharat / international

কৰ'ণাত আক্ৰান্ত স্পেনিছৰ প্ৰধানমন্ত্ৰীৰ পত্নী বেগ'না গ'মেজ - কৰ'ণাত আক্ৰান্ত স্পেনিছৰ প্ৰধানমন্ত্ৰীৰ পত্নী বেগ'না গ'মেজ

স্বাস্থ্য কতৃপক্ষৰ পৰামৰ্শ অনুসৰি বৰ্তমান সুস্থ অৱস্থাত নিজ আৱাসত আছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী ৷

স্পেনিছৰ প্ৰধানমন্ত্ৰীৰ পত্নী বেগ'না গ'মেজ

author img

By

Published : Mar 15, 2020, 12:25 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 15 মাৰ্চঃ শেহতীয়া তথ্য অনুসৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে স্পেনিছৰ প্ৰধানমন্ত্ৰী পেদ্ৰো চেনচেজৰ পত্নী বেগ'না গ'মেজ ৷ দেওবাৰে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে এই কথা পোহৰলৈ আহে ৷ জানিব পৰা মতে, স্বাস্থ্য কতৃপক্ষৰ পৰামৰ্শ অনুসৰি বৰ্তমান সুস্থ অৱস্থাত নিজ আৱাসত আছে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী ৷

লগতে পঢ়কঃ 93 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

স্পেইনত বৰ্তমানলৈ COVID-19 ত আক্ৰান্তৰ সংখ্যা 6,250 তকৈ অধিক ৷ লগতে এই ভাইৰাছত নিহত লোকৰ সংখ্যা 193 ৷ প্ৰধানমন্ত্ৰী চেনচেজে দেশব্যাপী ল'কডাউনৰ সিদ্ধান্ত লোৱাৰ কিছু সময় পাছতে দেশবাসীক খাদ্য, ঔষধ আৰু জৰুৰীকালিন অৱস্থাত হে ঘৰৰ পৰা বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিয়ে ৷ শীঘ্ৰেই সমগ্ৰ দেশৰে ৰেষ্টুৰেন্ট, বাৰ,হোটেল, দোকান আৰু বিদ্যালয়, কলেজসমূহো বন্ধ কৰি দিয়া হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.