ETV Bharat / international

আইফেল টাৱাৰৰ 130 বছৰ সম্পূৰ্ণ

author img

By

Published : May 16, 2019, 8:31 PM IST

এই উপলক্ষে আইফেল টাৱাৰৰ কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে 1300 গৰাকী শিশুক পাতলীয়া আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷

আইফেল টাৱাৰৰ 130 বছৰ সম্পূৰ্ণ

পেৰিছ , 16 মে' : বিভিন্ন ৰঙৰ পোহৰেৰে আলোকিত হ'ল ফান্সৰ ৰাজধানী চহৰ ৷ আইফেল টাৱাৰৰ 130 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে উদযাপিত হ'ল দিনটো ৷ বুধবাৰে নিশা 12 মিনিটজোৰা পোহৰৰ খেল প্ৰদৰ্শিত হ'ল আইফেল টাৱাৰত ৷

এই উপলক্ষে আইফেল টাৱাৰৰ কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে 1300 গৰাকী শিশুক পাতলীয়া আহাৰৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷

উল্লেখযোগ্য যে,বিশ্ব পৰ্যটনক এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আইফেল টাৱাৰলৈ প্ৰত্যেক বছৰে প্ৰায় 6 মিলিয়ন পৰ্যটকৰ আগমন ঘটে ৷ 1930 চনত নিউৱৰ্কত ক্ৰিচলেৰ অট্টালিকা নিৰ্মাণ হোৱা পৰ্যন্ত সৰ্বোচ্চ অট্টালিকা হিচাপে পৰিগণিত হৈছিল পেৰিচৰ আইফেল টাৱাৰ ৷

Paris celebrates 130th birthday of Eiffel Tower
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.