ETV Bharat / international

ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

author img

By

Published : Dec 26, 2020, 11:44 AM IST

পুনৰ ইউৰোপীয় দেশ সমূহত ক'ৰণাৰ নতুন চাপে আতংকৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে ক'ৰণাৰ নতুন চাপৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপৰ কেইবাখনো দেশত ভ্ৰমণৰ ক্ষেত্ৰ কেইবা প্ৰকাৰে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এই কথা সদৰি কৰিছে WHO ইউৰোপ আঞ্চলিকৰ পৰিচালক হানছ ক্ৰুগে ৷

New strain of coronavirus detected in 8 European countries
পুনৰ নতুন ক'ৰাতংকই দেখা দিছে ইউৰোপীয় দেশত

নিউজ ডেস্ক, 26 ডিচেম্বৰ: ক'ৰণা ভাইৰাছৰ নতুন চাপে পুনৰ ইউৰোপীয় দেশ সমূহত আতংকৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে এই সমগ্ৰ বিষয়টো বিশ্ব স্বাস্থ্য সংস্থাই নিৰীক্ষণ কৰি থকা কথা জানিবলৈ দিছে WHO ইউৰোপ আঞ্চলিকৰ পৰিচালক হানছ ক্ৰুগে ৷

হানছ ক্ৰুগে এক টুইট যোগে কয়,ক'ৰণা নতুন চাপটো অতি কম বয়সৰ লোকৰ মাজত দেখা গৈছে ৷ সেয়েহে ইউৰোপৰ দেশ সমূহক অধি সতৰ্ক হ'বলৈ আহ্বান জনাইছে WHO পৰিচালক গৰাকীয়ে ৷

ইফালে, ক'ৰণাৰ নতুন চাপৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপৰ কেইবাখনো দেশত ভ্ৰমণৰ ক্ষেত্ৰ কেইবা প্ৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে ৷ তদুপৰি এই নতুন চাপটোৱে যাতে গণসংক্ৰমণৰ ৰূপ ল'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক প্ৰৰিধান,সামাজিক দূৰত্ব পালন আদিৰ ক্ষেত্ৰত নিৰ্দেশাৱলী জাৰি কৰি 8 খন ইউৰোপীয়ান দেশে ৷

উল্লেখ্য যে,জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি বিশ্বৰ 79,712,010 জন লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,747,790 জন লোক মৃত্যু হৈছে ৷

লগতে পঢ়ক:প্ৰশাসনিক বিষয়া হ'ল বাগিচাত চাহ পাত তোলা জয়ন্তীৰ পুত্ৰ মাচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.