ETV Bharat / international

ব্ৰেক্সিট বাণিজ্য়িক লেনদেন চুক্তিত স্বাক্ষৰ

author img

By

Published : Dec 30, 2020, 7:15 PM IST

ইউৰোপীয় আয়োগৰ অধ্য়ক্ষ আৰু ইউৰোপীয় পৰিষদৰ অধ্য়ক্ষৰ উপস্থিতিত বুধবাৰে স্বাক্ষৰ ব্ৰেক্সিট বাণিজ্য়িক লেনদেন চুক্তিত ।

ব্ৰেক্সিট বাণিজ্য়িক লেনদেন চুক্তিত স্বাক্ষৰ
ব্ৰেক্সিট বাণিজ্য়িক লেনদেন চুক্তিত স্বাক্ষৰ

ইন্টাৰনেশ্য়নেল ডেস্ক , ৩০ ডিচেম্বৰ : অৱশেষত স্বাক্ষৰ হ'ল বহু প্ৰত্য়াশিত ব্ৰেক্সিট বাণিজ্য়িক লেনদেন চুক্তিত । ইউৰোপ সংঘৰ শীৰ্ষ বিষয়াই ইংলেণ্ডৰ সৈতে আনুষ্ঠানিকভাৱে এই চুক্তিত স্বাক্ষৰ কৰে । ইউৰোপীয় আয়োগৰ অধ্য়ক্ষ উৰ্চুলা ভান ডেৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্য়ক্ষ চাৰ্লচ মিশ্বেলে বেলজিয়ামৰ ব্ৰেচেলচত বুধবাৰে এই চুক্তিত স্বাক্ষৰ কৰে ।

ইয়াৰ পিছতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বোৰিছ জনছনৰ হস্তাক্ষৰৰ বাবে আৰ এ এফৰ বিশেষ বিমান যোগে লণ্ডনলৈ পঠিওৱা হ'ব । ২৭ খন ৰাষ্ট্ৰীয় ব্লক আৰু প্ৰাক্তন সদস্য় ব্ৰিটেইনৰ মাজত হোৱা এই চুক্তিকলৈ পৰৱৰ্তী সময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংসদত তৰ্ক হ'ব । অৱশ্য়ে এই চুক্তিত ব্ৰিটেইনৰ সংসদ আৰু ইউৰোপৰ বিধানসভাই অনুমোদন জনাব লাগিব ।

লগতে পঢ়ক : ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.