ETV Bharat / international

মহিলাৰ যৌন সম্পৰ্ক স্থাপন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

author img

By

Published : Apr 15, 2021, 4:47 PM IST

ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বৰ ৫৭ খন উন্নয়নশীল দেশৰ ৫০ শতাংশতকৈও কম সংখ্যক মহিলাক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গৰ্ভ নিৰোধক ব্যৱহাৰ কৰিব নে নাই সেই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ অধিকাৰ খৰ্ব কৰা হৈছে ।

মহিলাক যৌন সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন প্ৰকাশ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বৰ ৫৭ খন উন্নয়নশীল দেশৰ ৫০ শতাংশতকৈও কম সংখ্যক মহিলাক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গৰ্ভ নিৰোধক ব্যৱহাৰ কৰিব নে নাই সেই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ অধিকাৰ খৰ্ব কৰা হৈছে । এই ফলাফলবোৰে লাখ লাখ মহিলা আৰু যুৱতীৰ বাবে শাৰীৰিক সম্পৰ্কৰ এক উদ্বেগজনক ছবি অংকন কৰে । মাই বডী ইজ মাই ঔন নামৰ প্ৰতিবেদনখনে বিশ্বৰ প্ৰায় এক চতুৰ্থাংশ দেশক সামৰি লৈছে । এই প্ৰতিবেদনখনে প্ৰকাশ কৰা তথ্য অনুসৰি দৰিদ্ৰ ৰাষ্ট্ৰসমূহৰ মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিবলৈ গৰ্ভ নিৰোধক ব্যৱহাৰ কৰিব নে নাই সেই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলি এই তথ্য প্ৰকাশ কৰে ।

প্ৰতিবেদন অনুসৰি, যদিও পূৱ আৰু দক্ষিণ-পূব এছিয়া আৰু লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ ৭৬ শতাংশ যুৱতী আৰু মহিলাই যৌনতা, গৰ্ভ নিৰোধক আৰু স্বাস্থ্য সেৱাৰ ওপৰত সিদ্ধান্ত ল'ব পাৰে ৷ কিন্তু আফ্ৰিকা, মধ্য আৰু দক্ষিণ এছিয়াত ৫০ শতাংশতকৈও কম মহিলাই এই সিদ্ধান্ত ল'ব নোৱাৰে । বিশেষকৈ আফ্ৰিকাৰ মালি, নাইজাৰ আৰু ছেনেগালৰ ১০ শতাংশতকৈও কম যুৱতী আৰু মহিলাই সিদ্ধান্ত ল'ব নোৱাৰে । ইফালে, ইথিওপিয়াত মাত্ৰ ৫৩ শতাংশ মহিলাই যৌন সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব পাৰে ।

লগতে পঢ়ক: আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব আমেৰিকান সৈন্য: জ’ বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.