ইণ্টাৰনেশ্যনেল ডেস্ক, 6 জুলাই : ৰাছিয়াত 29 গৰাকী যাত্ৰী আৰু 6 গৰাকী ক্ৰু মেম্বাৰসহ সন্ধানহীন বিমান ৷ 5 জুলাইৰ আবেলি ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰণালয়ৰ মুখ্য অধিদপ্তৰে An-26 aircraft খনেৰে সংযোগ বিভিন্ন হোৱাৰ খবৰ লাভ কৰে ৷
বিমানখন পেট্ৰ’পাভলোভলস্ক-কামছাটস্কীৰ পৰা পালানালৈ উৰা মাৰিছিল ৷
লগতে পঢ়ক- ফিলিপাইনত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত