ETV Bharat / international

ক‘ভিড 19ৰ ভেকচিন ক্ৰয়ৰ বাবে 100 মিলিয়ন ডলাৰ আবন্টন পাক চৰকাৰৰ

author img

By

Published : Nov 18, 2020, 10:17 PM IST

হেল্থ চাৰ্ভিচ একাডেমীৰ উপাধ্যক্ষ ডাঃ অচদ হাফিজে কয়,‘কোনো কোম্পানীয়ে এই পৰ্যন্ত ক’ভিড 19ৰ ভেকচিনৰ মূল্য ঘোষণা কৰা নাই ৷ মুঠৰ ওপৰত কোনো কোম্পানীয়ে এই ভেকচিন বিক্ৰী কৰাৰ অনুমোদন লাভ কৰা নাই যিহেতু ইয়াৰ ক্লিনিকেল ট্ৰায়েল ডাটা সীমিত ৷ পিফিজাৰ আৰু বায়’টেকে তেঁওলোকৰ ভেকচিন সমূহৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল চলি থকা বুলি ঘোষণা কৰিছে যি এই ৰোগবিধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত 90 শতাংশই কাৰ্যকৰ ৷ কিন্তু তেঁওলোকে সম্প্ৰতি ডাটা সংকলনৰ প্ৰক্ৰিয়াত আছে ৷ এই ডাটা সংকলন প্ৰক্ৰিয়া সম্পন্ন হ’লেই তেঁওলোকে ইয়াক United States Food and Drugs Authority আৰু European Unionৰ একে বিভাগলৈ প্ৰেৰণ কৰিব ৷ অথাৎ ইয়াৰ বাবে আৰু 4 সপ্তাহৰ প্ৰয়োজন হ’ব ৷’

Pakistan sets aside 100 million dollars for COVID vaccine
ক‘ভিড 19ৰ ভেকচিন ক্ৰয়ৰ বাবে 100 মিলিয়ন ডলাৰ আবন্টন পাক চৰকাৰৰ

ইন্টাৰনেশ্যনেল ডেস্ক,18 নৱেম্বৰঃ ক‘ভিড 19ৰ ভেকচিন ক্ৰয়ৰ বাবে আগতিয়াকৈ 100 মিলিয়ন ডলাৰ আবন্টনৰ অনুমতি প্ৰদান কৰিছে পাকিস্তানৰ মুখ্যমন্ত্ৰী ইমৰান খানে ৷ ডিৱান নিউজত প্ৰকাশিত এক বাতৰি অনুসৰি শীতৰ এই সময়ছোৱাত এক সীমিত পৰিমাণত উপলব্ধ হ’বলগীয়া এই ভেকচিন প্ৰদানৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিক, চিকিৎসা কৰ্মী আৰু পুৰণি ৰোগী সকলক অগ্ৰাধিকাৰ দিয়া হ’ব ৷

হেল্থ চাৰ্ভিচ একাডেমীৰ উপাধ্যক্ষ ডাঃ অচদ হাফিজে কয়,‘কোনো কোম্পানীয়ে এই পৰ্যন্ত ক’ভিড 19ৰ ভেকচিনৰ মূল্য ঘোষণা কৰা নাই ৷ মুঠৰ ওপৰত কোনো কোম্পানীয়ে এই ভেকচিন বিক্ৰী কৰাৰ অনুমোদন লাভ কৰা নাই যিহেতু ইয়াৰ ক্লিনিকেল ট্ৰায়েল ডাটা সীমিত ৷ পিফিজাৰ আৰু বায়’টেকে তেঁওলোকৰ ভেকচিন সমূহৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল চলি থকা বুলি ঘোষণা কৰিছে যি এই ৰোগবিধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত 90 শতাংশই কাৰ্যকৰ ৷ কিন্তু তেঁওলোকে সম্প্ৰতি ডাটা সংকলনৰ প্ৰক্ৰিয়াত আছে ৷ এই ডাটা সংকলন প্ৰক্ৰিয়া সম্পন্ন হ’লেই তেঁওলোকে ইয়াক United States Food and Drugs Authority আৰু European Unionৰ একে বিভাগলৈ প্ৰেৰণ কৰিব ৷ অথাৎ ইয়াৰ বাবে আৰু 4 সপ্তাহৰ প্ৰয়োজন হ’ব ৷’

ডাঃ হাফিজে আৰু কয়, পাক চৰকাৰে ভেকচিন গ্ৰহণ প্ৰক্ৰিয়াৰ নিচেই কাষ চাপিছে যদিও এই ক্ষেত্ৰত আৰু এমাহৰ প্ৰয়োজন হ’ব ৷

লগতে পঢ়ক-বাগদাদৰ ৰকেট আক্ৰমণত শিশু নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.