ETV Bharat / international

মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত মুহিদ্দিন য়াচ্ছিন - মালয়েছিয়া

মালয়েছিয়াৰ অষ্টমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে দেশখনৰ প্ৰাক্তন গৃহমন্ত্ৰী মুহিদ্দিন য়াচ্ছিনে দেওবাৰে শপত গ্ৰহণ কৰিব ৷ এসপ্তাহৰ ৰাজনৈতিক সংঘৰ্ষক পিচত য়াচ্ছিনক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয় বুলি এক প্ৰতিবেদনযোগে জানিব পৰা গৈছে ৷

মুহিদ্দিন য়াচ্ছিন
মুহিদ্দিন য়াচ্ছিন
author img

By

Published : Feb 29, 2020, 10:54 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰীঃ মালয়েছিয়াৰ ৰজাই শনিবাৰে ৰাজনৈতিক নেতা মুহিদ্দিন য়াচ্ছিনক দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত কৰে ৷ মাহাথিৰ মহম্মদৰ পদত্যাগৰ পিচত এই দায়িত্ব দিয়া হয় য়াচ্ছিনক ৷ ৰজাঘৰৰ নিয়ন্ত্ৰক আহমেদ ফাদিল শ্বামছুদ্দিনে কয় যে, ৰজাই পাৰ্টীৰ নেতাসকল আৰু স্বতন্ত্ৰ সাংসদৰ প্ৰত্যাশীসকলৰ তালিকা আৰু সংসদত বহুমত সমৰ্থন বিচাৰে ৷ ইয়াৰ পিচতে মুহিদ্দিনক প্ৰধানমন্ত্ৰী হিচাপে নিযুকিত কৰিবলৈ সহমত প্ৰদান কৰে ৷

লগতে পঢ়কঃ

যুদ্ধৰ বিভীষিকাৰ পাচত আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হ'ল শান্তি চুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.