ETV Bharat / international

ৰাষ্ট্ৰসংঘত ভুৱা নথি প্ৰদানক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ - পাকিস্তান

ৰাষ্ট্ৰসংঘত মঙলবাৰে পাকিস্তানৰ ইছলামাবাদক নথি-পত্ৰ ভুৱা বুলি প্ৰমাণ কৰা আৰু মিছা মন্তব্য দিয়াতো পাকিস্তানৰ পক্ষে কোনো নতুন কাম নহয় বুলি মন্তব্য কৰে ভাৰতে ৷

India slams Pak for presenting 'dossier of lies' at UN
ৰাষ্ট্ৰসংঘত ভুৱা নথি প্ৰদানক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ
author img

By

Published : Nov 25, 2020, 2:19 PM IST

নিউজ ডেস্ক,25 নৱেম্বৰ : মঙলবাৰে ৰাষ্ট্ৰসংঘত নতুন দিল্লীয়ে পাকিস্তানৰ ইছলামাবাদক কয় যে, নথি-পত্ৰ ভুৱা বুলি প্ৰমাণ কৰা আৰু মিছা মন্তব্য দিয়াতো পাকিস্তানৰ পক্ষে কোনো নতুন কাম নহয় ৷ সন্ত্ৰাসবাদৰ সংখ্যাৰ ক্ষেত্ৰত পাকিস্তান শীৰ্ষস্থানত আছে ৷

পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিঅ’ গুটেৰেছক ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদ ৰখোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ এদিন পাচত নতুন দিল্লীয়ে বিগত সপ্তাহত জম্মু-কাশ্মীৰত চাৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভিত্তিত ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ কিছু সদস্যক এক নথি প্ৰদান কৰে ৷

ৰাষ্ট্ৰসংঘই পাকিস্তানক প্ৰত্য়ুত্তৰ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি,ৰাষ্ট্ৰদূত সন্দৰ্ভত কয় যে, নথি-পত্ৰ ভুৱা বুলি প্ৰমাণ কৰা আৰু মিছা মন্তব্য দিয়া কোনো নতুন কথা নহয় ৷ ইফালে পাকিস্তানে দীৰ্ঘদিন ধৰি তেওঁলোকৰ উপস্থিতিৰ কথা অস্বীকাৰ কৰে ৷

উল্লেখ্য যে,বিগত 19 নৱেম্বৰত জম্মু-কাশ্মীৰৰ নাগৰোটা এলেকাত চাৰি সন্ত্ৰাসবাদী নিহত হয় আৰু দুই আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয় ৷ জম্মু এলেকাৰ মহা আৰক্ষী অধীক্ষকে জনোৱা মতে,তেওঁলোকে এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰি আছিল ৷ 150 মিটাৰ দৈৰ্ঘৰ সুৰংগ ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীকেইজনে ভাৰতত প্ৰৱেশ কৰিছিল ৷

লগতে পঢ়ক : আন্তৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মুকলি হ'ব ৰাছিয়াৰ ক'ৰণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.