ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

22 অক্টোবৰলৈ সমগ্ৰ বিশ্বতে 3,09,14,158 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৷

author img

By

Published : Oct 22, 2020, 4:20 PM IST

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 22 অক্টোবৰ: সমগ্ৰ বিশ্বতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 4,14,87,185 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ আনহাতে মৃত্যুক সাৱটি লৈছে 11,36,341 গৰাকীতকৈয়ো অধিক লোকে ৷ উল্লেখ্য যে, 22 অক্টোবৰলৈ এই মহামাৰীৰ কৱলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে 3,09,14,158 গৰাকীতকৈয়ো অধিক লোকলৈ ৷

কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক ক্ষতি কৰা দেশ আমেৰিকাত 85,84,819 গৰাকী লোকলৈ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 2,27,409 গৰাকী লোকলৈ ৷ ইফালে কৰ'ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত থকা দেশ ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 77,06,946 গৰাকী লোকলৈ ৷

ইফালে চেক গণৰাজ্যত কৰ'ণা মহামাৰীৰ সংক্ৰমণ ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰৰ দিনটোত সমান্তৰালভাৱে দ্বিতীয়টো দিনলৈ অভিলেখ সংখ্যভাৱে বৃদ্ধি পাইছে এই মহামাৰীৰ সংক্ৰমণ ৷ যাৰ বাবে বৃহস্পতিবাৰে আগতকৈয়ো অধিক কঠোৰ নীতি-নিয়ম বলৱৎ কৰা হৈছে দেশখনত ৷ যাৰ পৰিপ্ৰেক্ষিতত বহু হোটেল, শ্বপিং মল আদিৰ দৰে স্থান বন্ধ কৰি দিয়া হৈছে ৷

লগতে পঢ়ক: স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.