ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য - কৰ'ণা মহামাৰী

বিশ্বত কৰ'ণাৰ সংক্ৰমণে অতিক্ৰম কৰিলে 30 মিলিয়নৰ ঘৰ ৷ আনহাতে কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বিশ্বত ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
author img

By

Published : Sep 17, 2020, 1:38 PM IST

নিউজ ডেস্ক, 1 ছেপ্তেম্বৰ: বিশ্বত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ 17 ছেপ্তেম্বৰলৈ পোৱা তথ্য অনুসৰি বিশ্বজুৰি 30,042,299 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে 9,45,164 গৰাকীতকৈয়ো অধিক লোকে এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বিশ্বজুৰি 2,18,08,409 গৰাকীতকৈয়ো অধিক লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

কৰ'ণা মহামাৰীৰ সংক্ৰমণে আটাইতকৈ অধিক প্ৰভাৱিত কৰিছে আমেৰিকাক ৷ আমেৰিকাত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পায় 68,28,301 গৰাকী লোকলৈ ৷ আনহাতে দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া বৃদ্ধি পায় 2,10,348 গৰাকীলৈ ৷

কৰ'ণাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা দেশসমূহৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ভাৰত আৰু ব্ৰাজিল ৷ ভাৰতত আক্ৰান্তৰ সংখ্যাই 51 লক্ষাধিক অতিক্ৰম কৰাৰ পৰিৱৰ্তে ব্ৰাজিলত আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 44 লক্ষাধিক ৷

লগতে পঢ়ক: ভাৰতত 51 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.