ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

author img

By

Published : Aug 31, 2020, 12:35 PM IST

কৰ'ণা মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে 2,53,84,823 তকৈয়ো অধিক লোকলৈ ৷ 31 আগষ্ট পৰ্যন্ত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 8,50,592 গৰাকীলৈ ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 31 আগষ্ট: সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,53,84,823 তকৈয়ো অধিক লোকলৈ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও 31 আগষ্ট পৰ্যন্ত বৃদ্ধি পালে 8,50,592 গৰাকীলৈ ৷ ইয়াৰ সমান্তৰালকৈ 17,706,841 তকৈয়ো অধিক লোকে এই পৰ্যন্ত অব্যাহতিও লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

সোমবাৰে দক্ষিণ কোৰিয়াত 248 গৰাকীকৈ লোকৰ দেহত নতুনকৈ পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷ কোৰিয়া ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উল্লেখ কৰা তথ্য অনুসৰি, নতুনকৈ পোৱা আক্ৰান্ত সমূহৰ ভিতৰত 187 গৰাকী লোকেই চেউল মহানগৰৰ ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

আনহাতে কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ উদ্দেশ্য নিউজিলেণ্ডৰ অকলেণ্ড চহৰত সোমবাৰে লক ডাউন ঘোষণা কৰা হৈছে ৷ লগতে সাৰ্বজনিক পৰিবহণত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰি দিয়ে ৷

ইয়াৰ লগতে অষ্ট্ৰেলিয়াত সোমবাৰৰ দিনটোত আটাইতকৈ অধিক আক্ৰান্তৰ সংখ্যা পোৱা গৈছে ৷

লগতে পঢ়ক: ৬ সপ্তাহৰ ভিতৰত অক্সফ'ৰ্ডে প্ৰস্তুত কৰা COVID-১৯ৰ ভেকচিন লাভৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.