নিউজ ডেস্ক, 24 এপ্ৰিলঃ বুধবাৰে ৰাতিপুৱাৰ ভাগত নেপালত সংঘটিত হয় শোকাৱহ বাছ দুৰ্ঘটনা ৷ দেশখনৰ দাডেলধুৰা জিলাত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হয় 5গৰাকী লোক ৷ ঘটনা অনুসৰি, পশ্চিম প্ৰান্তত অৱস্থিত জিলাখনৰ মহাকালী অঞ্চলৰ চাহুখাৰ্কাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷ বাজহাঙৰ পৰা ধনগাড়ী অভিমূখী NA-6KH-A1831 নম্বৰৰ এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত 5গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকী লোক আহত হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্য জিলা বিষয়া মোহনৰাজ যোশীয়ে ৷
নেপালত বাছ দুৰ্ঘটনাঃ নিহত 5, আহত 20গৰাকী - Dadeldhura district of Nepal
নেপালৰ দাডেলধুৰাত সংঘটিত বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা 5গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে 20 গৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৷

নিউজ ডেস্ক, 24 এপ্ৰিলঃ বুধবাৰে ৰাতিপুৱাৰ ভাগত নেপালত সংঘটিত হয় শোকাৱহ বাছ দুৰ্ঘটনা ৷ দেশখনৰ দাডেলধুৰা জিলাত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হয় 5গৰাকী লোক ৷ ঘটনা অনুসৰি, পশ্চিম প্ৰান্তত অৱস্থিত জিলাখনৰ মহাকালী অঞ্চলৰ চাহুখাৰ্কাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷ বাজহাঙৰ পৰা ধনগাড়ী অভিমূখী NA-6KH-A1831 নম্বৰৰ এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত 5গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকী লোক আহত হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্য জিলা বিষয়া মোহনৰাজ যোশীয়ে ৷
নিউজ ডেস্ক, 24 এপ্ৰিলঃ বুধবাৰে ৰাতিপুৱাৰ ভাগত নেপালত সংঘটিত হয় শোকাৱহ বাছ দুৰ্ঘটনা ৷ দেশখনৰ দাডেলধুৰা জিলাত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হয় 5গৰাকী লোক ৷
ঘটনা অনুসৰি, পশ্চিম প্ৰান্তত অৱস্থিত জিলাখনৰ মহাকালী অঞ্চলৰ চাহুখাৰ্কাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো ৷ বাজহাঙৰ পৰা ধনগাড়ী অভিমূখী NA6KHA 1831 নম্বৰৰ এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলতেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত 5গৰাকী লোক নিহত হোৱাৰ লগতে 20 গৰাকী লোক আহত হোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্য জিলা বিষয়া মোহনৰাজ যোশীয়ে ৷
Conclusion: