ETV Bharat / international

ফিলিপাইনত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Jul 4, 2021, 4:25 PM IST

দেওবাৰে ফিলিপাইনৰ দক্ষিণ প্ৰদেশত দুৰ্ঘটনাত পতিত হয় বায়ু সেনাৰ বিমান ৷ বিমানখনত থকা 40 গৰাকীকৈ লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷

a-philippine-military-plane-carrying-85-people-crashes
ফিলিপাইনত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

ইন্টাৰনেশ্যনেল ডেস্ক, 4 জুলাই : ফিলিপাইনত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ দেওবাৰে ফিলিপাইনৰ পৰা দক্ষিণ প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ বিমানখনত থকা 40 গৰাকীকৈ লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ লগতে অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান ৷

এইপৰ্যন্ত বিমানখনত কিমানজন লোক আছিল লগতে দুৰ্ঘটনাত নিহতৰ সংখ্যা প্ৰকাশ কৰাৰ পৰা বিৰত আছে ফিলিপাইনৰ মিলিটাৰী চীফ অৱ ষ্টাফ ক্ৰিলিট’ চোবেজানাই ৷ বিমানখনে দক্ষিণ কাগায়ান দে ওৰো চহৰৰ পৰা যুদ্ধৰ সামগ্ৰী কঢ়িয়াই আনিছিল ৷ এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে মিলিটাৰী চীফ অৱ ষ্টাফ ক্ৰিলিট’ চোবেজানাই ৷

উল্লেখ্য যে, বিমানখনে অৱতৰণৰ বাবে ৰানৱেত উপস্থিত নহয় ৷ ইয়াৰ পিছতেই বিমানখনৰ চালকে শক্তি পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা চলায় যদিও অসমৰ্থ হয় ৷ যাৰ বাবে অৱশেষত দুৰ্ঘটনাত পতিত হয় বিমানখন ৷

লগতে পঢ়ক- সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আফগান বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.