ETV Bharat / international

সপত্নীক ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

author img

By

Published : Oct 2, 2020, 10:48 AM IST

Updated : Oct 2, 2020, 12:58 PM IST

US President Donald Trump, first lady Melania test COVID-19 positive
সপত্নীক ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
  • Tonight, @FLOTUS and I tested positive for COVID-19. We will begin our quarantine and recovery process immediately. We will get through this TOGETHER!

    — Donald J. Trump (@realDonaldTrump) October 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

10:35 October 02

ইন্টাৰনেশ্যনেল ডেক্স, 2 অক্টোবৰঃ ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেখেতৰ পত্নী মিলেনিয়া ৷ শুকুৰবাৰে এক টুইটযোগে এই কথা সদৰি কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ অতি শীঘ্ৰে কোৱাৰেন্টাইন আৰু আৰোগ্য লাভৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা জনালে ট্ৰাম্পে ৷ দুয়ো একেলগে এই বিপদৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেখেতৰ নিকটতম সহযোগী হোপ হিকছ ক’ভিড 19ত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছল ৷ উল্লেখ্য যে, মঙলবাৰৰ ৰাষ্ট্ৰপতীয় তৰ্ক অনুষ্ঠানত ট্ৰাম্পৰ সৈতে ভ্ৰমণ কৰিছিল হিকছ ৷  

আনহাতে, টুইটযোগে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু তেখেতৰ পত্নীৰ শীঘ্ৰে আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷  

লগতে পঢ়ক-আজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক

Last Updated : Oct 2, 2020, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.