ETV Bharat / international

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Sep 23, 2019, 10:13 AM IST

‘হাউদি মোডী’ অনুষ্ঠানত ভাগ লোৱাৰ পিছত নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

নিউ য়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী

ইন্টাৰ্নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাষ্টনত ‘হাউদি মোডী’ অনুষ্ঠানত ভাগ লোৱাৰ পিছত নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই কথা জনাবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে ৷ এক টুইট যোগে এই কথা প্ৰকাশ কৰে তেওঁ ৷

PM MODI LEAVES FOR NEW YORK TO ATTEND UNITED NATIONS GENERAL ASSEMBLY
নিউয়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী
ইয়াৰ পূৰ্বে ‘হাউদি মোডী’ অনুষ্ঠানত দুয়োখন দেশৰ নেতাকেইজনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজঁ দিবলৈ সংকল্প গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰবাসী ভাৰতীয় সকলক আহ্বান জনাই যে বছৰি 5 টাকৈ বিদেশী পৰিয়ালক ভাৰতলৈ পৰ্যটক হিচাপে ভ্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখযোগ্য যে,দেওবাৰে আমেৰিকাৰ হাষ্টনৰ NRG ষ্টেডিয়ামত অনুষ্ঠিত হয় 'হাউদি মোডী' শীৰ্ষক এক অনুষ্ঠান ৷ এই অনুষ্ঠানত উপস্থিত থাকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ভাৰত আৰু আমেৰিকাৰ মাজৰ বৈদশিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যৰে আমেৰিকাবাসী প্ৰবাসী ভাৰতীয়সকলে আয়োজন কৰে এই অনুষ্ঠান ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত প্ৰায় 50 হাজাৰ ভাৰতীয়ক সম্বোধন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন ভাৰতীয়ই জন্মু-কাশ্মীৰৰ পৰা মোডী চৰকাৰে 370 অনুচ্ছেদ বাতিল কৰা সিদ্ধান্তৰো শলাগ লয় ৷

এই অনুষ্ঠানতে এক বিৰল মূহুৰ্তৰ সাক্ষী হয় বিশ্ববাসী ৷ হাষ্টনৰ NRG ষ্টেডিয়ামত আয়োজন কৰা 'হাউদি মোডী' অনুষ্ঠানত একেখন মঞ্চৰ পৰা বিশ্বক সম্বোধন কৰে বিশ্বৰ দুই শক্তিশালী নেতাই ৷ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ চেষ্টা দুই শক্তিশালী নেতাৰ ৷ এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিক দেখা গ'ল অন্য এক ৰূপত ৷ দুয়োজন শক্তিশালী নেতাই পঞ্চমুখ হৈ পৰে দুয়োগৰাকী নেতাৰ কৰ্মদক্ষতাৰ প্ৰশংসাত ৷

ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ নিউ য়ৰ্ক অভিমুখে প্ৰধানমন্ত্ৰী মোডী

ইন্টাৰ্নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হাষ্টনত ‘হাউদি মোডী’ অনুষ্ঠানত ভাগ লোৱাৰ পিছত নিউ য়ৰ্ক অভিমুখে যাত্ৰা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই কথা জনাবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে ৷ এক টুইট যোগে এই কথা প্ৰকাশ কৰে তেওঁ ৷
ইয়াৰ পূৰ্বে ‘হাউদি মোডী’ অনুষ্ঠানত দুয়োখন দেশৰ নেতাকেইজনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুজঁ দিবলৈ সংকল্প গ্ৰহন কৰে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰবাসী ভাৰতীয় সকলক আহ্বান জনাই যে বছৰি 5 টাকৈ বিদেশী পৰিয়ালক   ভাৰতলৈ পৰ্যটক হিচাপে ভ্ৰমণ কৰিবলৈ অনুৰোধ জনায় ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.