ETV Bharat / international

নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ - মেলানিয়া ট্ৰাম্প

মঙলবাৰে পেন্সিলভেনিয়াৰ এক নিৰ্বাচনী ৰেলীত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ৷ ক’ভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ পাচত এই সিদ্ধান্ত লৈছে মেলানিয়া ট্ৰাম্পে ৷

Melania Trump nixes campaign trip due to cough from COVID
নিৰ্বাচনী ৰেলীত যোগ দিয়াৰ সিদ্ধান্ত মেলানিয়া ট্ৰাম্পৰ
author img

By

Published : Oct 21, 2020, 8:54 AM IST

নিউজ ডেস্ক,21 অক্টোবৰ : নিৰ্বাচনীত প্ৰচাৰ অভিযানত পুনৰ যোগদান কৰাৰ সম্ভাৱনা ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ ৷ আগন্তুক মঙলবাৰে পেন্সিলভেনিয়াৰ এক ৰেলীত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ভাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মেলানিয়া ট্ৰাম্পে ৷ ক’ভিড-19ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰাৰ পাচত এই সিদ্ধান্ত লৈছে ফাৰ্ষ্ট লেডীয়ে ৷

মেলানিয়া ট্ৰাম্পৰ এই ঘোষণাই ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে এক অনুষ্মাৰক হিচাপে কাম কৰিব ৷ সোমবাৰে ট্ৰাম্পে সদৰি কৰে যে,‘‘ক’ভিড-19ৰ কথা শুনি শুনি আমনি লাগিছে ৷ আমেৰিকাত এদিনতে 58,000ৰো অধিক লোক ভাইৰাছত আক্ৰান্ত হৈছে ৷ লগতে এদিনতে 700ৰো অধিক আমেৰিকানৰ মৃত্য়ু হৈছে ৷

মেলানিয়া ট্ৰাম্পে বৃহস্পতিবাৰে নাশ্বভিল্লে,টেন্নেশ্বীৰ সমৰ্থনৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ 3 নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিডেনৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অন্তিমখন তৰ্ক অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক : আফগানিস্তানৰ জালৰেজ জিলাত বোমা বিস্ফোৰণঃ নিহত 5, আহত 9

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.