ETV Bharat / international

বাৰ্মুডা দ্বীপত গ্ৰীষ্মমণ্ডলীয় ধুমুহাৰ সম্ভাৱনা

বৃহস্পতিবাৰে বাৰ্মুডাত এক গ্ৰীষ্মমণ্ডলীয় ধুমুহাৰ আশংকা কৰা হৈছে ৷ এপ্চিল’নত সৃষ্টি হ’বলগীয়া এই ধুমুহাই বাৰ্মুডা,বহামাছ,গ্ৰেটাৰ এণ্টিলিজ আৰু লেবাৰ্ড দ্বীপক সাঙুৰি লোৱাৰ সম্ভাৱনা আছে বুলি US National Hurricane Centerয়ে জানিবলৈ দিয়ে ৷

Tropical storm warning for Bermuda
বাৰ্মুডা দ্বীপত গ্ৰীষ্মমণ্ডলীয় ধুমুহাৰ সম্ভাৱনা
author img

By

Published : Oct 22, 2020, 7:39 AM IST

নিউজ ডেস্ক,22 অক্টোবৰ : বুধবাৰে দুপৰীয়াৰ ভাগত আমেৰিকা যুক্তৰাষ্ট্ৰত হোৱা তীব্ৰ ধুমুহাই আগন্তুক দিনত বাৰ্মুডাৰ পূৱ দিশলৈ সংক্ৰমণ হ’ব ৷ US National Hurricane Centerয়ে এই কথা উল্লেখ কৰে ৷

এপ্চিল’নত তৃতীয় শ্ৰেণীৰ 185 কিলোমিটাৰ প্ৰতিঘণ্টাত বতাহ বলা পৰিলক্ষিত হৈছে আৰু বাৰ্মুডাত এক গ্ৰীষ্মমণ্ডলীয় ধুমুহাৰ আশংকা কৰা হৈছে ৷ চলিত জলবায়ুত এইটো 7 নম্বৰ ধুমুহা আৰু ই অতিশীঘ্ৰেই শেষ হৈ যাব ৷

Hurricane Centerয়ে কয় যে,মিয়ামীস্থিত ধুমুহা এপ্চিল’নৰ পৰা বাৰ্মুডালৈ 510 কিলোমিটাৰ দক্ষিণ-পূৱলৈ বিয়পি পৰিছিল আৰু প্ৰতিঘণ্টাত 17 কিলোমিটাৰলৈ পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ বাঢ়ি গৈছিল ৷

বিগত কিছু দশকৰ পৰা বতৰ বিজ্ঞানীসকলে ধুমুহাক লৈ অধিক চিন্তিত হৈছে ৷ পুৰ্বানুমান অনুসৰি এই ধুমুহাৰ এক সীমা নিৰ্ধাৰণ কৰা হৈছে,য’ত কেৱল 24 ঘণ্টাত বতাহৰ গতি প্ৰতিঘণ্টাত 56 কিলোমিটাৰ হয় ৷ আনহাতে Hurricane Centerয়ে জনোৱা মতে,বৃহস্পতিবাৰে দুপৰীয়া এপ্চিল’নত ধুমুহা হোৱাৰ সম্ভাৱনা অধিক ৷ এপ্চিল’নত সৃষ্টি হ’বলগীয়া এই ধুমুহাই বাৰ্মুডা,বহামাছ,গ্ৰেটাৰ এণ্টিলিজ আৰু লেবাৰ্ড দ্বীপক সাঙুৰি লোৱাৰ সম্ভাৱনা আছে ৷

Colorado State Universityৰ হাৰিকেন গৱেষক Phil Klotzbachই কয় যে,ধুমুহাৰ আৰম্ভণিৰ ক্ষেত্ৰত এপ্চিল’নে ইতিমধ্যে 26 বাৰ ৰেকৰ্ড গঢ়িছে ৷ 2005 চনৰ 22 নৱেম্বৰত এমাহ আগৰ পৰাই ধুমুহা আৰম্ভ হৈছিল ৷

লগতে পঢ়ক : 'কাৰাচী ঘটনা' সন্দৰ্ভত তদন্তৰ নিৰ্দেশ পাকিস্তানৰ সেনাপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.