নিউজ ডেস্ক, ১০ জুনঃ লছ এঞ্জেলৰ টিভিৰ ৰিয়েলিটি শ্ব'ৰ জনপ্ৰিয় কাইলি জেনাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন । মহামাৰী COVID-19ৰ সংকটৰ সময়টো কাইলি জেনাৰে কোনো ধৰণৰ সামাজিক দুৰত্ব বজাই নাৰাখি পাৰ্টীত ব্যস্থা থকাৰ অভিযোগ উত্থাপন একাংশ সচেতন নাগৰিকে ।
৭ জুনত কাইলি জেনাৰে বান্ধৱীৰ সৈতে নিশাৰ পাৰ্টীত ব্যস্ত থকাৰ ফটো শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াত । তাৰোপৰি কেৱল অভিনেত্ৰীৰ কাৰণে বাৰ খুলিবলৈ বাধ্য কৰোৱা বুলিও এক সূত্ৰ সদৰি কৰে ।
লগতে চাওকঃ ৰমেন তালুকদাৰক নিলম্বন কৰা হোৱা নাই, বদলিহে কৰা হৈছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা