ETV Bharat / international

COVID-১৯ সাহাৰ্যঃ অ-লাভজনক সংস্থা ইণ্ডিয়াছপ'ৰাৰ ১ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ - আমেৰিকান বজাৰৰ

ভাৰতীয়-আমেৰিকান অ-লাভজনক সংস্থা ইণ্ডিয়াছপ'ৰাৰ 'Chalogive for COVID-19' উদ্যোগত উদ্বোধনৰ ১০ দিনৰ ভিতৰতেই অৰ্জন প্ৰাথমিক লক্ষ্য ১ মিলিয়ন মাৰ্কিন ডলাৰ ।

Indian-American nonprofit raises $1mn for COVID-19 relief efforts

author img

By

Published : Apr 26, 2020, 5:30 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ আমেৰিকা আৰু ভাৰতত কৰ'ণা ভাইৰাছৰ ফলত অনাহাৰৰ সন্মুখীন হোৱা লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ইণ্ডো-আমেৰিকান অ-লাভজনক সংস্থা ইণ্ডিয়াছপ'ৰা (Indiaspora) । সংস্থাটোৱে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অনাহাৰৰ সন্মুখীন হোৱা প্ৰয়োজনীয় লোকৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ১ মিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে সংস্থাটোৱে ।

'Chalogive for COVID-19' পদক্ষেপ আগত ৰাখিয়ে উদ্বোধন কৰাৰ ১০ টা দিনৰ ভিতৰতেই সংস্থাটোৱে প্ৰাথমিক ১ মিলিয়ন মাৰ্কিন ডলাৰ লক্ষ্য উপনীত হ'বলৈ সক্ষম হৈছে । সংস্থাটোৱে প্ৰৱাসী ভাৰতীয় আৰু আমেৰিকান বজাৰৰ পৰা সহযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে । ইণ্ডিয়াছপ'ৰাই এই অৱদান সমূহ দুটা হিতাধীকাৰী সংস্থা,মাৰ্কিন যুক্তৰাষ্টৰ Feeding America আৰু ভাৰতৰ Goonj লৈ প্ৰেৰণ কৰিছে ।

ফিডিং আমেৰিকাই ৪.৭ মিলিয়ন খাদ্য ভাৰতীয় প্ৰৱাসীৰ সহযোগিতাত আমেৰিকাত সংঞ্চয় কৰিবলৈ সক্ষম হৈছে । প্ৰতি এক মাৰ্কিন ডলাৰ অৱদানৰ বাবে ২০০ টা খাদ্য বেংকৰ সংগঠনৰ নেটৱৰ্কৰ জৰিয়তে সঞ্চয় কৰে ১০ টাকৈ খাদ্য়।

আনহাতে ভাৰতৰ ১৮ খন ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী শ্ৰমিকক খাদ্য, ৰেশ্যন, স্বচ্ছতা সামগ্ৰী প্ৰদানৰ বাবে গুঞ্জে ধন বিনিয়োগ কৰি আহিছে । ইয়াৰ জৰিয়তে ১০৬,০০০ প্ৰৱাসী আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱিকা নিৰ্বাহ হৈ আছে বুলি ইণ্ডিয়াছপ'ৰাই জানিবলৈ দিয়ে । প্ৰত্যেক ২০ মাৰ্কিন ডলাৰ গুঞ্জক অৱদানৰ বাবদ চাৰিৰ পৰা এটা পৰিয়ালক ৭ ৰ পৰা ১০ দিনলৈ খাদ্যৰ যোগান ধৰা হয় ।

এই সন্দৰ্ভত আমেৰিকান বজাৰে ইণ্ডিয়াছপ'ৰাৰ কাৰ্যনিৰ্বাহক পৰিচালক সঞ্জীৱ য্যোশিপুৰাক উধৃত কৰি কয়, এনে সংকটৰ সময়ত আমাৰ সম্প্ৰদায়ৰ লোকক সাহাৰ্য কৰাৰ প্ৰৱল ইচ্ছা আছিল । সেই সময়ত আমি এটা সহজ উপায় দিলো । গণতন্দ্ৰৰ চূড়ান্ত সময় অহাৰ লগে-লগে ভাৰতীয় প্ৰৱাসী সকল উঠি পৰি লাগিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.