ETV Bharat / international

COVID-১৯ঃ বিশ্বজুৰি ৬,৭৪,০২,২১৯ জন আক্ৰান্ত

author img

By

Published : Dec 7, 2020, 4:20 PM IST

সমগ্ৰ বিশ্বত ৬,৭৪,০২,২১৯ জনলৈ বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । এতিয়ালৈকে ১৫,৪১,৮৯৭ জনে প্ৰাণ হেৰুৱাইছে ।

সমগ্ৰ বিশ্বত ৬,৭৪,০২,২১৯ জনলৈ বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে । বৰ্তমানলৈকে ৬,৭৪,০২,২১৯ জন লোক মহামাৰীৰ কবলত পৰিছে । বিশ্বজুৰি মহামাৰীত আক্ৰান্ত হৈ ১৫,৪১,৮৯৭ জন লোকৰ মৃত্যু হৈছে । সংক্ৰমণৰ ভয়াৱহতা অব্যাহত থকাৰ মাজতো এতিয়ালৈকে বিশ্বৰ বিভিন্ন দেশত ৪,৬৫,৮৯,৪৯২ জনৰো অধিক লোক আৰোগ্য হৈছে । ১,৫১,৫৯,৫২৯টাৰো অধিক আক্ৰান্ত আৰু ২,৮৮,৯০৬ জন ৰোগীৰ মৃত্যুৰে সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি মহামাৰী সংক্ৰমণ হোৱা দেশৰ তালিকাৰ শীৰ্ষত আছে ।

আমেৰিকাৰ ভেকেচিন ডেভেলমমেণ্ট এফ'ৰ্টৰ অধ্যক্ষ ড০ মনচেফ শ্লাওৱৈয়ে দেওবাৰে কয় যে, তেওঁ বিশ্বাস কৰে যে, COVID-১৯ৰ ভেকচিন এবাৰ বিতৰণ হোৱাৰ পিছত দীৰ্ঘ সময় ধৰি প্ৰভাৱ অব্যাহত থাকিব । ড'নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ এগৰাকী শীৰ্ষ চিকিত্সা পৰামৰ্শদাতাৰ মতে, তেওঁৰ দৃঢ় বিশ্বাস আছে যে, খাদ্য আৰু ঔষধ বিভাগে চলিত সপ্তাহতে ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফাইজাৰে প্ৰস্তুত কৰা ভেকচিনৰ বাবে অনুমতি দিব ।

কৰ'ণা ভাইৰাছৰ ভেকচিন আমেৰিকাৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফাইজাৰ আৰু জাৰ্মানীৰ বায়' এন টেকে ব্ৰিটেইনৰ কেইবাখনো হাস্পতাললৈ দেওবাৰে প্ৰেৰণ কৰিছে । আলস্কা চহৰৰ মেয়ৰ অষ্টিন কুইন ডেভিছন মহামাৰীত আক্ৰান্ত হোৱাৰে পৰা হোম আইছ'লেশ্বনত আছে । দেওবাৰে মেয়ৰৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে । তেওঁৰ দেহত ২৯ নৱেম্বৰত কিছুমান লক্ষণে দেখা দিয়াৰ পিছতে পৰীক্ষা কৰে । দুটা পৰীক্ষা কৰাৰ পিছত শনিবাৰে কৰা তৃতীয়টো পৰীক্ষাত তেওঁৰ দেহত COVID-১৯ৰ উপস্থিতি ধৰা পৰে ।

লগতে পঢ়ক:নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.