ETV Bharat / international

সমগ্ৰ বিশ্বৰ কৰ’ণা আক্ৰান্ত দেশৰ শেহতীয়া তথ্য

সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 4,78,54,043 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,20,535 গৰাকীয়ে ৷ আক্ৰান্ত দেশৰ তালিকাৰ শীৰ্ষস্থানত অৱস্থান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷

author img

By

Published : Nov 4, 2020, 5:47 PM IST

Global COVID-19 tracker
সমগ্ৰ বিশ্বৰ কৰ’ণা আক্ৰান্ত দেশৰ শেহতীয়া তথ্য

হায়দৰাবাদ,4 নৱেম্বৰ: কৰ’ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে অচলাৱস্থাৰ ৷ এই মহামাৰীত সমগ্ৰ বিশ্বত আক্ৰান্ত হৈছে 4,78,54,043 গৰাকী ব্যক্তি আৰু ইয়াৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 12,20,535 গৰাকীয়ে ৷ কিন্তু 3,43,57,609 গৰাকী আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য় লাভ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 96,92,528 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এইপৰ্যন্ত মৃত্যুবৰণ কৰিছে 2,38,641 গৰাকীয়ে ৷ শীতৰ আগমনৰ লগে লগে বৰ্তমান দেশখনত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকা অধিক হোৱাৰ সম্ভাৱনা আছে ৷

Global COVID-19 tracker
কৰ’ণা আক্ৰান্ত দেশৰ তালিকা

ইফালে ভাৰতবৰ্ষ আক্ৰান্ত দেশৰ তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ৷ দেশখনত বৰ্তমান 83,13,876 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 1,23,650 গৰাকীয়ে মৃত্যুবৰণ কৰে ৷ ভাইৰাছবিধে সমগ্ৰ বিশ্বৰ অৰ্থ ব্যৱস্থাত ভয়ংকৰ ক্ষতি কৰিছে ৷ লগতে সলনি কৰিছে সমগ্ৰ বিশ্বৰ জন সাধাৰণৰ জীৱন প্ৰণালী ৷

লগতে চাওকঃ চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.