ETV Bharat / international

কাইলৈ অংগদান দিৱস, 2019

author img

By

Published : Aug 12, 2019, 6:55 PM IST

13 আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হ'ব অংগদান দিৱস, 2019 ৷ ইয়াৰ জৰিয়তে সকলোৱে নিজ ইচ্ছাৰে আগবাঢ়ি আহি বহুমূলীয়া অংগ প্ৰদানৰ সুবিধা লাভ কৰিব ৷

অংগদান দিৱস, 2019

নিউজ ডেস্ক, 12 আগষ্ট :
* 13 আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত পালন কৰা হ'ব অংগদান দিৱস,2019
* ইয়াৰ জৰিয়তে সকলোৱে নিজ ইচ্ছাৰে আগবাঢ়ি আহি বহুমূলীয়া অংগ প্ৰদানৰ সুবিধা লাভ কৰিব
* চৰকাৰী সংস্থা আৰু ইয়াৰ সৈতে জড়িত অন্য প্ৰতিষ্ঠানসমূহে অংগদান কৰিবৰ বাবে প্ৰতিজন ব্যক্তিক উৎসাহিত কৰে
* অংগদানৰ অৰ্থই হৈছে এজন ৰোগীক অন্য কোনো লোকে চিকিৎসাৰ জৰিয়তে নিজৰ অংগদান কৰা
* এই ব্যৱস্থাৰ জৰিয়তে কোনো জীৱিত অথবা মৃত লোকে অংগ বিকল হোৱা ৰোগীক অংগদান কৰে
* উল্লেখ্য যে,এজন দাতাই একে সময়তে তেওঁৰ বিভিন্ন অংগদান কৰি 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে
* ইয়াৰ জৰিয়তে বৃক্ক,যকৃত,ৰাজহাড়,হৃদপিণ্ড,শ্বাসতন্ত্ৰ,চকুৰ মণি,অগ্নাশয় আৰু অন্ত্ৰ বা অভ্যন্ত ভাগ দান কৰিব পাৰে

ETV BHARAT ASSAM
অংগদান দিৱস, 2019
* অংগদান তিনি প্ৰকাৰৰ - 1. জীৱনৰ সৈতে জড়িত দান : এই দানত এজন জীৱিত লোকৰ অংগ ৰোগীৰ দেহত প্ৰতিস্থাপিত কৰে ৷ ড'নাৰ জন পৰিয়ালৰ সদস্য যেনে - পিতৃ-মাতৃ,পুত্ৰ-পুত্ৰী,ককায়েক-ভনীয়েক,ককা-আইতা,নাতি-নাতিনী হ'ব পাৰে ৷ 2. জীৱনৰ সৈতে জড়িত নথকা দান : আৱেগিক ভাৱে দাতাজনে ৰোগীজনক অংগদান কৰে ৷ এই দানত জড়িত হৈ থাকে যেনে,ভাল বন্ধু, সম্পৰ্কীয়, চুবুৰীয়া আৰু বৈবাহিক সম্পৰ্কৰ জৰিয়তে গঢ়া মিতিৰ ৷ 3. মৃত অংগ দান : অংগ প্ৰতিস্থাপিত কৰা চিকিৎসালয়ৰ সৈতে ৰোগীজনে নিজৰ নাম পঞ্জীয়ন কৰে ৷ মৃত দাতা (মস্তিষ্কৰ মৃত্যু)ৰ পৰা অংগ সংগ্ৰহ কৰি ৰোগীজনক প্ৰদান কৰা হয় ৷ * অংগদানৰ উদ্দেশ্য - 1. মানুহক অংগদান সম্পৰ্কে সজাগ কৰি তোলা 2. সমগ্ৰ দেশত অংগদান সম্পৰ্কত তথ্যসমূহ বিতৰণ কৰি দিয়া 3. অংগদান সম্পৰ্কত মানুহৰ মনত থকা ভয় আতৰোৱা 4. অংগদাতা সকলক এই মহান কৰ্মৰ বাবে ধন্যবাদ জনোৱা 5. ভৱিষ্যতেও অংগদানৰ বাবে লোকসকলক উৎসাহিত কৰা * অংগদান সম্পৰ্কত সজাগতা - ভাৰতে অংগ প্ৰতিস্থাপনৰ ক্ষেত্ৰত অংগদাতাৰ অভাৱত ভুগি আহিছে ৷ উল্লেখ্য যে,বছৰি কেৱল 3,500 লোকৰহে অংগ প্ৰতিস্থাপন কৰা হয় আৰু ভাৰতত বছৰি দহ লাখতকৈও অধিক লোকৰে অংগ বিকল হয় ৷ প্ৰতিদিনে ইয়াৰ ফলত 15 জনকৈ ৰোগীয়ে মৃত্যক সাৱটি লোৱাৰ লগতে 10 মিনিটৰ ব্যৱধানত এজন নতুন ৰোগীৰ নাম চিকিৎসালয়ত সন্নিবিষ্ট কৰা হয় ৷ সেয়েহে বিদ্যালয়,মহাবিদ্যালয়,ক্লাৱ আদিত সজাগতা বৃদ্ধিৰ জৰিয়তে অংগদানৰ বাবে সকলোকে উৎসাহিত কৰা উচিত ৷ "প্ৰতিজন লোককে জীয়াই থকাৰ সুবিধা প্ৰদান কৰক-এজন অংগদাতা হওঁক,এজন নায়ক হওঁক"

Dear shift incharge
Please assign it to Nitish.
Regards
Mrinal Das.

---------- Forwarded message ---------
From: RKC RFC <rkc@etvbharat.com>
Date: Sat, 10 Aug 2019, 22:15
Subject: organ donation day
To: Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Brihathi CH <brihathi@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, <prasenjit.singh@etv.co.in>, Verghese P <verghese.p@etvbharat.com>, Etv Bharat UP <updesk@etvbharat.com>, Madhya Pradesh Desk <mpdesk@etvbharat.com>, Uttarakhand Desk <ukddesk@etvbharat.com>, Bihar Desk <bihardesk@etvbharat.com>, Rajasthan Desk <rjdesk@etvbharat.com>, ETV Bharat Jharkhand <jhdesk@etvbharat.com>, Punjab Desk <punjabdesk@etvbharat.com>, ETV HARYANA <haryanadesk@etvbharat.com>, ETV Himachal <hpdesk@etvbharat.com>, national desk <nationaldesk@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Raja DM <raja.dm@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Urdu Desk <urdudesk@etvbharat.com>, Odia Desk <odiadesk@etvbharat.com>, Kerala Desk <keraladesk@etvbharat.com>, Ebharat Telugu AP <apdesk@etvbharat.com>, Bangla Desk <bangladesk@etvbharat.com>, Marathi Desk <marathidesk@etvbharat.com>, Sunita Koya <sunita.koya@etvbharat.com>, Kannada Desk <kannadadesk@etvbharat.com>

Respected sir

Here we are attaching files

RKC
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.