নিউজ ডেস্ক, 12 আগষ্ট :
* 13 আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত পালন কৰা হ'ব অংগদান দিৱস,2019
* ইয়াৰ জৰিয়তে সকলোৱে নিজ ইচ্ছাৰে আগবাঢ়ি আহি বহুমূলীয়া অংগ প্ৰদানৰ সুবিধা লাভ কৰিব
* চৰকাৰী সংস্থা আৰু ইয়াৰ সৈতে জড়িত অন্য প্ৰতিষ্ঠানসমূহে অংগদান কৰিবৰ বাবে প্ৰতিজন ব্যক্তিক উৎসাহিত কৰে
* অংগদানৰ অৰ্থই হৈছে এজন ৰোগীক অন্য কোনো লোকে চিকিৎসাৰ জৰিয়তে নিজৰ অংগদান কৰা
* এই ব্যৱস্থাৰ জৰিয়তে কোনো জীৱিত অথবা মৃত লোকে অংগ বিকল হোৱা ৰোগীক অংগদান কৰে
* উল্লেখ্য যে,এজন দাতাই একে সময়তে তেওঁৰ বিভিন্ন অংগদান কৰি 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে
* ইয়াৰ জৰিয়তে বৃক্ক,যকৃত,ৰাজহাড়,হৃদপিণ্ড,শ্বাসতন্ত্ৰ,চকুৰ মণি,অগ্নাশয় আৰু অন্ত্ৰ বা অভ্যন্ত ভাগ দান কৰিব পাৰে
কাইলৈ অংগদান দিৱস, 2019 - 13 আগষ্ট
13 আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হ'ব অংগদান দিৱস, 2019 ৷ ইয়াৰ জৰিয়তে সকলোৱে নিজ ইচ্ছাৰে আগবাঢ়ি আহি বহুমূলীয়া অংগ প্ৰদানৰ সুবিধা লাভ কৰিব ৷
নিউজ ডেস্ক, 12 আগষ্ট :
* 13 আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত পালন কৰা হ'ব অংগদান দিৱস,2019
* ইয়াৰ জৰিয়তে সকলোৱে নিজ ইচ্ছাৰে আগবাঢ়ি আহি বহুমূলীয়া অংগ প্ৰদানৰ সুবিধা লাভ কৰিব
* চৰকাৰী সংস্থা আৰু ইয়াৰ সৈতে জড়িত অন্য প্ৰতিষ্ঠানসমূহে অংগদান কৰিবৰ বাবে প্ৰতিজন ব্যক্তিক উৎসাহিত কৰে
* অংগদানৰ অৰ্থই হৈছে এজন ৰোগীক অন্য কোনো লোকে চিকিৎসাৰ জৰিয়তে নিজৰ অংগদান কৰা
* এই ব্যৱস্থাৰ জৰিয়তে কোনো জীৱিত অথবা মৃত লোকে অংগ বিকল হোৱা ৰোগীক অংগদান কৰে
* উল্লেখ্য যে,এজন দাতাই একে সময়তে তেওঁৰ বিভিন্ন অংগদান কৰি 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে
* ইয়াৰ জৰিয়তে বৃক্ক,যকৃত,ৰাজহাড়,হৃদপিণ্ড,শ্বাসতন্ত্ৰ,চকুৰ মণি,অগ্নাশয় আৰু অন্ত্ৰ বা অভ্যন্ত ভাগ দান কৰিব পাৰে
From: RKC RFC <rkc@etvbharat.com>
Date: Sat, 10 Aug 2019, 22:15
Subject: organ donation day
To: Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Brihathi CH <brihathi@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, <prasenjit.singh@etv.co.in>, Verghese P <verghese.p@etvbharat.com>, Etv Bharat UP <updesk@etvbharat.com>, Madhya Pradesh Desk <mpdesk@etvbharat.com>, Uttarakhand Desk <ukddesk@etvbharat.com>, Bihar Desk <bihardesk@etvbharat.com>, Rajasthan Desk <rjdesk@etvbharat.com>, ETV Bharat Jharkhand <jhdesk@etvbharat.com>, Punjab Desk <punjabdesk@etvbharat.com>, ETV HARYANA <haryanadesk@etvbharat.com>, ETV Himachal <hpdesk@etvbharat.com>, national desk <nationaldesk@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Raja DM <raja.dm@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Urdu Desk <urdudesk@etvbharat.com>, Odia Desk <odiadesk@etvbharat.com>, Kerala Desk <keraladesk@etvbharat.com>, Ebharat Telugu AP <apdesk@etvbharat.com>, Bangla Desk <bangladesk@etvbharat.com>, Marathi Desk <marathidesk@etvbharat.com>, Sunita Koya <sunita.koya@etvbharat.com>, Kannada Desk <kannadadesk@etvbharat.com>