ETV Bharat / headlines

শীঘ্ৰেই আৰম্ভ হ'ব জন আব্ৰাহামৰ 'সত্যমেৱ জয়তে-২'ৰ শ্বুটিং

author img

By

Published : Jun 17, 2020, 3:21 PM IST

'সত্যমেৱ জয়তে-২'ৰ কাম আৰম্ভ সন্দৰ্ভত আলোচনাত মিলিত হয় ছবিখনৰ নিৰ্মাতা মিলাপ জাভেৰীৰ সৈতে বলিউডৰ এক্সন হিৰো জন আব্ৰাহাম। ছবি নিৰ্মাতা মিলাপ জাভেৰীয়ে আলোচনাৰ অন্তৰংগ মূহুৰ্তৰ কথা টুইটযোগে শ্বেয়াৰ কৰে । শেহতীয় কৰ'ণা মহামাৰীৰ বাবে শ্বুটিঙৰ কাম স্থগিত ৰখা 'সত্যমেৱ জয়তে-২' ছবিখনত জন আব্ৰাহামৰ বিপৰীতে নায়িকা হিচাপে দিব্যা খোচলা কুমাৰকো দেখিবলৈ পোৱা যাব ।

শীঘ্ৰেই আৰম্ভ হ'ব জন আব্ৰাহামৰ 'সত্যমেৱ জয়তে-২'ৰ শ্বুটিং
শীঘ্ৰেই আৰম্ভ হ'ব জন আব্ৰাহামৰ 'সত্যমেৱ জয়তে-২'ৰ শ্বুটিং

চিটাৰা ডেস্ক, ১৭ জুন: আৰম্ভ হ'ব ‘সত্যমেৱ জয়তে-২’ৰ শ্বুটিঙৰ কাম । ‘সত্যমেৱ জয়তে-২’ৰ কাম আৰম্ভ সন্দৰ্ভত আলোচনাত মিলিত হয় ছবিখনৰ নিৰ্মাতা মিলাপ জাভেৰীৰ সৈতে বলিউডৰ এক্সন হিৰো জন আব্ৰাহাম।

ছবি নিৰ্মাতা মিলাপ জাভেৰীয়ে আলোচনাৰ অন্তৰংগ মূহুৰ্তৰ কথা টুইটযোগে শ্বেয়াৰ কৰে এইদৰে, সম্পূৰ্ণ ৩ মাহৰ অন্তত ৰামৰ সৈতে পুনঃমিলন ।উল্লেখ্য যে, অভিনেতা জন আব্ৰাহামে যোৱা বছৰেই ‘সত্যমেৱ জয়তে-২’ৰ পোষ্টাৰ চ'ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল । পোষ্টাৰখনৰ জৰিয়তে অভিনেতাজনে ভাৰতীয় পতাকাখন দেখুৱাবলৈ নিজৰ পিন্ধা চাৰ্টটো ফালি দিছিল । পোষ্টাৰখনৰ কেপচনত তেওঁ লিখিছিল যে, "The truth prevails AGAIN!! Returning next Gandhi Jayanti, October 2nd, 2020 #SatyamevaJayate2"

শেহতীয় কৰ'ণা মহামাৰীৰ বাবে শ্বুটিঙৰ কাম স্থগিত ৰখা ‘সত্যমেৱ জয়তে-২’ ছবিখনত জন আব্ৰাহামৰ বিপৰীতে নায়িকা হিচাপে দিব্যা খোচলা কুমাৰকো দেখিবলৈ পোৱা যাব ।

লগতে পঢ়ক: আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰা নহয় : উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.