ETV Bharat / headlines

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 6, 2021, 12:02 AM IST

Updated : Jul 6, 2021, 8:53 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক দিনটোৰ ৰাশিফল ৷

horoscope 6th july
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল :

মেঘ ৰাশি : মন কিছু অস্থিৰ হৈ থাকিব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ আপোনাৰ খং-ৰাগৰ প্ৰভাত আপোনাৰ কাৰ্ম জীৱনত পৰিব ৷

বৃষ ৰাশি : নিয়ন্ত্ৰণ কৰক খং-ৰাগ ৷ ন’হলে তাৰ প্ৰভাৱ পৰিব পাৰে আপোনাৰ জীৱনত ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ পৰক বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ।

মিথুন ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ প্ৰেম সম্পর্কক মনোযোগ দিব ৷ আপোনাৰ খং-ৰাগৰ প্ৰভাৱ প্ৰেমৰ সম্পর্কত পৰাৰ সম্ভাৱনা ৷ কর্মত শান্ত হৈ থাকক ৷

ককৰ্ট ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰেমত শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভৰ সম্ভাৱনা ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফলতা লাভ কৰিব ৷

সিংহ ৰাশি : কষ্টৰ ফল লাভ কৰিব ৷ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব ৷ আনৰ পৰা প্ৰশংসা লাভ হʼব ৷

কন্যা ৰাশি : শিশুৰ সফলতাৰ বাবে দিনটো আনন্দময় হʼব ৷ শান্ত হৈ থাকি কর্ম সম্পাদন কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷

তুলা ৰাশি : দিনটো ভালে যাব ৷ আনৰ পৰা প্ৰশংসা লাভ কৰিব ৷ কৰ্ম জীৱনত এক ভাল বন্ধুত্ব লাভ কৰিব ৷ কৰ্ম জীৱনত ভাল আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হʼব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব পাৰে ৷

বৃশ্চিক ৰাশি : ভাৰতীয় ধৰ্মত কয়, যিয়েই নহওক কিয় সদায় ভাল কর্ম কৰিব ৷ ইয়াৰ চূড়ান্ত ফলাফল নিভাঁজ হʼব ৷ আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ ব্যৱসায়ত ধৈৰ্য নেহেৰুৱাব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷

ধনু ৰাশি : মানসিক অশান্তিত ভুগিব পাৰে ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পলম হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ জীৱনত কিছু খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷

কুম্ভ ৰাশি : পূজা পাৰ্বন কৰিব পাৰে ৷ যাৰ সু-ফল লাভ কৰিব ৷ নতুন ব্যক্তি লগত সংযোগ স্থাপন হ’ব ৷ আপোনাৰ পছন্দ কাৰ্য কৰক ৷ আন্দিত হ’ব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

মীন ৰাশি : আজি আপুনি নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব পাৰে ৷ নতুন কৰ্ম কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷

Last Updated : Jul 6, 2021, 8:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.