ETV Bharat / headlines

Covid-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য়

author img

By

Published : Dec 1, 2020, 5:18 PM IST

বিশ্বজুৰি কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 6,36,07,081 গৰাকীতৈকৈয়ো অধিক লোকলৈ । স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, আমেৰিকাৰ আৰু ভাৰতৰ পাচতে কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক পোৱা দেশখন হৈছে ব্ৰাজিল ।

Covid-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য়
Covid-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য়

ইণ্টাৰনেশ্য়নেল ডেস্ক, 1 ডিচেম্বৰ: বিশ্বজুৰি 6,36,07,081 গৰাকীতৈকৈয়ো অধিক লোকলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । আনহাতে মৃত্যু হৈছে 14,74,213 গৰাকীতকৈয়ো অধিক লোকৰ । অৱশ্যে বৰ্তমানলৈ 4,40,00,766 গৰাকীতকৈয়ো অধিক লোকে এই মহমাৰাৰীৰ কবলৰ পৰা আৰোগ্য হৈ উঠিছে বুলি তথ্য় পোৱা গৈছে ।

কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰা দেশ আমেৰিকাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 1,39,20,038 গৰাকীতকৈয়ো অধিক লোকলৈ । আনহাতে প্ৰাণ হেৰুৱাইছে 2,74,332 গৰাকীতকৈয়ো অধিক লোকে ।

বিগত 24 ঘণ্টাত 287 গৰাকী লোকৰ মৃত্য়ুৰ লগে লগে ব্ৰাজিলত এই মহামাৰীত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্য়া 173,120 গৰাকীলৈ বৃদ্ধি পায় । স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, আমেৰিকা আৰু ভাৰতৰ পাচতে কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিক পোৱা দেশখন হৈছে ব্ৰাজিল ।

লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.