ETV Bharat / headlines

লাইভ আপডেট : কি কি আছে এইবাৰৰ বহী খাতাত ?

author img

By

Published : Jul 5, 2019, 9:53 AM IST

Updated : Jul 5, 2019, 1:17 PM IST

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ বিত্তীমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ৷

লাইভ আপডেট : বাজেট 2019
  • লোকসভাৰ অধ্যক্ষক সম্বোধি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দাখিল কৰিলে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট
  • আজিৰ দেশৰ ব্যৱসায়ীয়ে সন্মুুখত লক্ষ্য ৰাখে make in india ৰ কথা, আগতে জানিছিল স্বৰাজৰ কথা
  • মোডী চৰকাৰৰ দিনত বহু উন্নতি হৈছে দেশৰ অৰ্থনীতিৰ
  • মজবুত দেশৰ কাৰণে মজবুত নাগৰিক
  • ধৰ্মশাস্ত্ৰৰ বাণী, শ্বাইৰেৰে নিজৰ কৰিবলগীয়া কামৰ খতিয়ান বিত্তমন্ত্ৰীৰ
  • সকলো দিশতে দেশক আগবঢ়াই নিয়াৰ আশ্বাস
  • সকলো ৰাজ্যত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ
  • one nation, one grid ৰ কথা উল্লেখ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
  • বীমাৰ ক্ষেত্ৰত 100 শতাংশই বিদেশী পুঁজিৰ বাবে প্ৰস্তাৱ ৰখা হৈছে
  • গাঁও, কৃষক আমাৰ সকলো আঁচনিৰ মূল কেন্দ্ৰবিন্দু
  • বাৰাণসীৰ পৰা হল্ডিয়া পৰ্যন্ত নিৰ্মীয়মান জলমাৰ্গ প্ৰকল্পৰ কাম 2020 লৈ সম্পূৰ্ণ কৰাৰ আশ্বাস
  • 2019 ত 210 কিলোমিটাৰ দীঘল মেট্ৰ' লাইন নিৰ্মানৰ আঁচনি
  • ৰাষ্ট্ৰীয় পৰিৱহণ কাৰ্ডৰ প্ৰণয়ন ৷ ৰে'ল আৰু বাছৰ দুয়োটা ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই কাৰ্ড ৷ ৰোপে কাৰ্ডৰ জৰিয়তে পৰিচালিত হ'ব এই কাৰ্ড ৷
  • 2022 লৈ দেশৰ সকলো দৰিদ্ৰ নাগৰিকৰ বাবে বিনামূলীয়া ঘৰ, বিজুলী আৰু এল পি জিৰ সেৱা আগবঢ়োৱাৰ ঘোষণা ৷
  • স্বচ্ছ ভাৰতৰ কথাও উল্লেখ বিত্তমন্ত্ৰীৰ ৷ দেশত ইতিমধ্যে নিৰ্মাণ কৰা হৈছে 9.6 কোটি শৌচালয় ৷
  • দেশত 100 টা নতুন সামূহিক গোট বনোৱা হ'ব ৷ যাৰ দ্বাৰা দেশৰ উন্নয়ন কৰা হ'ব ৷
  • দেশৰ গ্ৰামীণ পথৰ নিৰ্মাণৰ পথ 80,000 কোটি টকা এই বাজেটত ৷
  • পাঁচ বছৰত 1.25 লাখ পথ নিৰ্মাণ কৰা হ'ব ৷ বিগত 1000 দিনত নৰ্মাণ কৰা হৈছে 130 পৰা 135 কিলোমিটাৰ পথ ৷
  • দেশৰ শিক্ষা ব্যৱস্থাত সংযোগ কৰা হ'ব নতুন শিক্ষা নীতি ৷
  • শিক্ষা নীতিৰ বাবে বনোৱা হ'ব অনুসন্ধান কেন্দ্ৰ ৷
  • দেশৰ গৱেষক সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গঠন কৰা হ'ব ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান (NRF) ৷
  • উচ্চ শিক্ষাৰ বাবে 400 কোটি টকা আৱন্টন ৷
  • গঠন কৰা হ'ব ৰাষ্ট্ৰীয় খেল শিক্ষা বৰ্ড ৷
  • 95 শতাংশতকৈ অধিক চহৰক অনাময়মুক্ত চহৰ হিচাপে ঘোষণা ৷
  • 'নাৰী টু নাৰায়ণী' আঁচনিৰ জৰিয়তে নাৰী কল্যাণৰ লক্ষ্য
  • মহিলা বাবে মুদ্ৰা আঁচনি : যাৰ দ্বাৰা প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যলৈ লাভ কৰিব 1 লাখ টকাকৈ ৷
  • সংবাদ মাধ্যমৰ ক্ষেত্ৰতো বিদেশী বিনিয়োগৰ সীমা বঢ়াই দিয়াৰ আঁচনি ৷
  • বিদেশী বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ কথা উল্লেখ
  • দেশক প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে দেশক আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বাজেটত
  • 'ষ্টেণ্ড আপ ইণ্ডিয়া' আঁচনিৰ জৰিয়তে মহিলা আৰু অনুসূচিত জাতি, জনজাতিৰ উদ্যমী লোকে লাভ কৰিব সুবিধা ৷
  • বাজেটত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷ আয়কৰ পৰিশোধৰ ক্ষেত্ৰত আধাৰ অথবা পেন কাৰ্ড যিকোনো এখনেই প্ৰযোজ্য হ'ব ৷
  • ডিজিটেল লেন-দেনক উদগণি জগাবলৈ বিশেষ ব্যৱস্থাৰ প্ৰস্তাৱ ৷ বছৰি 1 কোটি টকাৰ নগদ ধন লেন-দেন কৰা সকলে ভৰিব লাগিব 2% টি ডি এছ ৷
  • বেংকিঙক প্ৰতিঘৰৰ পদূলিলৈ পঠিওৱা হ'ব ৷
  • 1 ৰ পৰা 20 টকাৰ নতুন মুদ্ৰা অনাৰ ঘোষণা ৷ দৃষ্টিহীন লোকৰ বাবে বনোৱা হ'ব 5 আৰু 10 টকাৰ নতুন মুদ্ৰা ৷

sample description
Last Updated : Jul 5, 2019, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.