ETV Bharat / headlines

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “vocal for local” শীৰ্ষক অভিযানৰ জৰিয়তে ভাৰতবাসীক ভাৰতীয় সামগ্ৰী উৎপাদন কৰি চীনা সামগ্ৰী বৰ্জনৰ বাবে উৎসাহ যোগাইছে । কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, এই সময়ছোৱাত চীনা সামগ্ৰীক প্ৰাধান্য দিয়াৰ বিপৰীতে নিজ ঠাইতে সামগ্ৰী উৎপাদন কৰি সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত ।

author img

By

Published : Jun 12, 2020, 9:45 PM IST

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?
আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?

নেশ্যনেল ডেস্ক, ১২ জুন: ভাৰত আৰু চীনৰ মাজত কোভিড-১৯ আৰু LAC সীমাৰ গতিৰোধৰ সময়তে পুনৰবাৰ চ'ছিয়েল মিডিয়াত চীনা সামগ্ৰী বৰ্জনৰ বিষয়টো চৰ্চালৈ আহিছে । যদিও এই বৰ্জনক লৈ পূৰ্বৰে পৰা আলোচনা চলি আছে, কোভিড-১৯ৰ এই ক্ষণতো আকৌ বিষয়টোৱে প্ৰাধান্য লাভ কৰিছে ।

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?
আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “vocal for local” শীৰ্ষক অভিযানৰ জৰিয়তে ভাৰতবাসীক ভাৰতীয় সামগ্ৰী উৎপাদন কৰি চীনা সামগ্ৰী বৰ্জনৰ বাবে উৎসাহ যোগাইছে । কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, এই সময়ছোৱাত চীনা সামগ্ৰীক প্ৰাধান্য দিয়াৰ বিপৰীতে নিজ ঠাইতে সামগ্ৰী উৎপাদন কৰি সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত ।

যদিও ভাৰতীয় বজাৰত চীনা সামগ্ৰীয়ে অধিক প্ৰাধান্য পায় তথাপিও যোৱা ৫ বছৰত কিছু সাল-সলনি হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে । স্মাৰ্টফোনৰ ক্ষেত্ৰত ভাৰতত বিক্ৰী হোৱা শীৰ্ষ ৫ টা স্মাৰ্টফোনৰ ভিতৰত ৪ টা চীনা নিৰ্মিত । কিন্তু চীনা সামগ্ৰী বৰ্জন কৰা মানেই স্মাৰ্টফোন বা চীনা ব্ৰাছক বৰ্জন কৰাতো নুবুজায় । ডাঙৰ ডাঙৰ চীনা স্মাৰ্টফোন কোম্পানীসমূহে ভাৰতত লাখৰো অধিক চাকৰিৰ পদ খালী কৰিছে । ভাৰতীয় বজাৰত চীনৰ এই হস্তক্ষেপক বাধা দিবলৈ সকলো ভাৰতীয়ই চীনৰ প্ৰৱেশ ৰোধ কৰিব লাগিব ।

চীনা সামগ্ৰীসমূহৰ মূল্য কম হোৱা হেতুকে ভাৰতীয় গ্ৰাহকসমূহ চীনা সামগ্ৰীৰ প্ৰতি আকৃষ্ট হয় । ভাৰতক ‘আত্মনিৰ্ভৰশীল ভাৰত’ হিচাপে পৰিচয় দিবলৈ সকলো ভাৰতীয়ই আত্মনিৰ্ভৰ হৈ কাম কৰিব লাগিব, সামগ্ৰী উৎপাদনত গুৰুত্ব দিব লাগিব ।

পূৰ্বতে অৰ্থাৎ ১৯৩০ চনত চীনে জাপানৰ সামগ্ৰী বৰ্জন কৰাত সফল হৈছিল, ২০০৩ চনত আমেৰিকাই ফ্ৰান্সৰ সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জনত সফল হৈছিল । যেনেদৰে দুয়েখন দেশে অসফলতাৰ পৰা সফলতা পাইছিল, ভাৰতো এদিন সফল হ'ব ।

লগতে পঢ়ক: বিক্ৰীৰ ওপৰত প্ৰাধান্য দিয়াৰ অৰ্থে বিত্তীয় আঁচনি ঘোষণা টয়টা কিৰ্লোস্কাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.