ETV Bharat / entertainment

TejRan Breakup rumours: ব্ৰেকআপ হ’ল নেকি তেজৰাণৰ ? কি ক’লে তেজস্বী প্ৰকাশে ?

ব্ৰেক-আপ হ’ল নেকি কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশৰ? কৰণে সামাজিক মাধ্যমত এনে কি পোষ্ট কৰিছে যাৰ বাবে অনুৰাগীসকলে দুয়োৰে সম্পৰ্ক বিচ্ছেদ হোৱাৰ অনুমান কৰিছে? জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Splitsville for TejRan) ৷

Tejasswi Prakash opens up on breakup rumours with Karan Kundra
ব্ৰেক-আপ হ’ল নেকি কৰণ কুন্দ্ৰা আৰু তেজস্বৱী প্ৰকাশৰ?
author img

By

Published : Mar 10, 2023, 6:32 PM IST

চিটাৰা ডেস্ক, 10 মাৰ্চ: টেলিভিছনৰ জনপ্ৰিয় অভিনেতা কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশক হয়তো সকলোৱে চিনি পায় ৷ দুয়ো ৰিয়েলিটি শ্ব’ বিগ বছ ১৫ ত একেলগে থকা সময়চোৱাত ইগৰাকীয়ে সিগৰাকীৰ সৈতে আকৰ্ষিত হৈ প্ৰেমত পৰিছিল ৷ ইয়াৰ পিচত দুয়োৰে প্ৰেমৰ চৰ্চা আৰম্ভ হয় ৷ ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে দুয়োকে ইমানেই পছন্দ কৰিছিল যে দুয়ো Love birds ক Tejran বুলি হেছটেক কৰিছিল ৷ বিগ বছৰ ঘৰৰ পৰা ওলাই অহাৰ পাচতো দুয়োৰে সম্পৰ্ক একেই হৈ থাকিল ৷ আনকি দুয়োৰে প্ৰেমৰ সম্পৰ্ক দিনক দিনে গাঢ় হ’বলৈ ধৰিল (Tejasswi Prakash Karan Kundrra together) ৷

কিন্তু শেহতীয়াকৈ কৰণে নিজৰ টুইটাৰ একাউন্টত এটা টুইট কৰিছিল ৷ কৰণৰ এই টুইটৰ পিচতে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে চৰ্চা আৰম্ভ কৰে ৷ কৰণৰ টুইটৰ পিচতে আৰম্ভ হয় বহু জল্পনা-কল্পনাৰ (Tejasswi Prakash Karan Kundrra breakup) ৷ সকলোৰে এটাই প্ৰশ্ন কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশৰ মাজত সকলো ঠিকেই আছে নে ? দুয়োৰে ব্ৰেক-আপ হ’ল নেকি ? কৰণ আৰু তেজস্বীৰ সম্পৰ্কক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰে ৷

৮ মাৰ্চত অৰ্থাৎ দুদিন পূৰ্বে কৰণ কুন্দ্ৰাই নিজৰ টুইটাৰ একাউণ্টত এটা পোষ্ট কৰিছিল ৷ অভিনেতাগৰাকীৰ পোষ্টটোৱে অনুগামীসকলৰ মাজত তেজস্বীৰ লগত তেওঁৰ সম্পৰ্ক বিচ্ছেদ হৈছে নেকি বুলি অনুমান কৰিবলৈ বাধ্য কৰাইছিল (Breakup rumours of Tejasswi Prakash Karan Kundrra)। ইয়াৰ কিছু সময়ৰ পিছতে নেটিজেনে তেজস্বীৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন প্ৰশ্ন কৰে ৷

  • na teri shaan kam hoti..
    na rutba ghata hota..
    jo ghamand mein kaha..
    wahi hass ke kaha hota…

    — Karan Kundrra (@kkundrra) March 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এটা সাক্ষাৎকাৰত তেজস্বী আৰু কৰণৰ ব্ৰেকআপৰ উৰাবাতৰিৰ বিষয়ে সোধা হৈছিল তেজস্বীক ৷ য’ত অভিনেত্ৰীগৰাকীয়ে কয় যে তেজৰণৰ অনুৰাগীসকলে চিন্তা কৰিব নালাগে । নাগিন ৬ৰ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁলোক গভীৰভাৱে প্ৰেমত পৰিছে আৰু দুয়ো একেলগে ভাল সময় পাৰ কৰি আছে । তদুপৰি বিবাহৰ পৰিকল্পনাৰ ওপৰত নিজৰ মতামত আলোচনা কৰি থাকোঁতে তেজস্বীয়ে কয় যে যিহেতু তেওঁ অলপ অন্ধবিশ্বাসী, গতিকে বিবাহৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’লেহে বিবাহৰ বিষয়ে প্ৰকাশ কৰিব (Tejasswi Prakash opens up on breakup) ।

তেজস্বীয়ে কয়," মোৰ মতে বিয়া এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গতিকে বিয়া হোৱাৰ পূৰ্বেই বিয়াৰ বিষয়ে আলোচনা কৰিব ভাল নালাগে । সেই কথাখিনি গোপন কৰি ৰাখিব বিচাৰো ৷"

লগতে পঢ়ক: Nora Fatehi slapped her co star: কোনজন অভিনেতাক পূৰ্ণহতীয়া চৰ শোধাইছিল নোৰাই ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.