ETV Bharat / entertainment

Vicky Kaushal takes a dip in Ganga : ঋষিকেশত গংগা স্নান বিকী কৌশলৰ

author img

By

Published : Apr 21, 2022, 1:54 PM IST

Updated : Apr 21, 2022, 2:17 PM IST

মুচৌৰিত এটা প্ৰকল্পৰ শ্বুটিং শেষ কৰি পোনে পোনেই ঋষিকেশলৈ যাত্ৰা কৰিছে অভিনেতা বিকী কৌশলে ৷ নিজৰ কামৰ সফলতাৰ বাবে গংগাত স্নান কৰি উপাসনা কৰিলে ঈশ্বৰক (Vicky Kaushal news update) ৷

Vicky Kaushal
গংগাত ডুব মাৰি প্ৰাৰ্থনা বিকী কৌশলৰ

চিটাৰা ডেস্ক, 21 এপ্ৰিল : বিকী কৌশলৰ নতুন এটা প্ৰকল্পৰ শ্বুটিং চলি আছিল মুচৌৰিত ৷ সেই শ্বুটিং শেষ হোৱাৰ পিছতে কৌশলে ঋষিকেশলৈ গৈ গংগাত স্নান (Vicky Kaushal news update) কৰে । বুধবাৰে বিকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰে । ভিডিঅ’টোত চকু মুদি প্ৰাৰ্থনাৰত অৱস্থাত আছিল বিকী ৷

ৰাঘৱ জুয়ালৰ গান 'হৰ হৰ ভোলে নমহ শিৱায়া' গানটো বিকীৰ ভিডিঅ’টোত শুনিবলৈ পোৱা গৈছে ৷ হৰ হৰ গংগে ঋষিকেশ বুলি ভিডিঅ’টোৰে সৈতে কেপচন দিছিল বিকীয়ে (Vicky Kaushal upcoming movies) ৷

বিকীৰ পোষ্টটোৱে অনুৰাগীৰ হৃদয় জয় কৰিছে । ক্লিপটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এগৰাকী ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, "ইমান ধুনীয়া ক্লিপ ৷ "আপুনি এই ভিডিঅ'টোৰ সৈতে এটা ইতিবাচকতা প্ৰদান কৰিছে" বুলি আন এগৰাকী নেটিজেনে লিখিছিল । বিকীৰ বাইচেপ আৰু বিফ্ড-আপ শৰীৰ দেখি ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল অভিভূত হৈ পৰিছিল ।

এজন অনুৰাগীয়ে লিখিছে, "Vicky you are so hot" । "হে ঈশ্বৰ ! ইয়েই ফিটনেছৰ লক্ষ্য"- আন এজনে আকৌ তেনেকৈ লিখিছিল । অৱশ্যে এইটো এতিয়াওলৈকে জনা হোৱা নাই যে কোনখন চলচ্চিত্ৰৰ বাবে বিকী মুচৌৰিলৈ গৈছিল ।

লগতে পঢ়ক: Ajay Devgn latest movie : তামিল ছবি কাইথীৰ হিন্দী ৰিমেকত অজয় দেৱগন

Last Updated : Apr 21, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.