ETV Bharat / entertainment

Jawan Clash: হলীউডৰ এইখন ছবিৰ সৈতে মুখামুখী সংঘৰ্ষ কৰি শ্বাহৰুখ খানৰ জৱানে, ইয়াৰ ফলাফল কি হ’ব ?

author img

By

Published : Jul 8, 2023, 9:11 PM IST

ছেপ্টেম্বৰ মাহত মুক্তি পাবলৈ সাজু হৈছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি জৱান । এই ছবিখনত দেখা যাব শ্বাহৰুখৰ বিপৰীতে দীপিকা পাডুকনক । ইয়াৰ উপৰিও প্ৰথম খণ্ডৰ পূৰ্বেও ইতিমধ্যে দৰ্শকৰ পচন্দ হৈ পৰা এই ছবিখনৰ লগতে মুক্তি লাভ কৰিব হ’ৰ’ৰ হলিউড ছবি দ্য নান ।

Shahrukh Khan's Jawan will clash with the Hollywood movie The Nun, what will be the result?
হলীউডৰ এইখন ছবিৰ সৈতে মুখামুখী সংঘৰ্ষ শ্বাহৰুখ খানৰ জৱানৰ

চিটাৰা ডেস্ক 8 জুলাই: বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বাবে ২০২৩ বৰ্ষটো অতি ভালকৈ আগবাঢ়িছে । অভিনেতাগৰাকীৰ ছবি পাঠানে ধুমুহাৰ সৃষ্টি কৰিছিল আৰু আকৌ এবাৰ শ্বাহৰুখৰ গাড়ীখন পুনৰ শুদ্ধ পথলৈ আহিছিল । এতিয়া এই সফলতাৰ ক্ৰম পুনৰাবৃত্তি কৰিবলৈ সাজু হৈছে অভিনেতাগৰাকী । ইয়াৰ পূৰ্বে জুন মাহত শ্বাহৰুখ খানৰ ছবি জৱান মুক্তি পাবলগীয়া আছিল, যিখন ছবি এতিয়া ছেপ্টেম্বৰ মাহত মুক্তিলাভ কৰিব । এতিয়া এই ছবিখনে ছেপ্টেম্বৰ মাহত ছবিগৃহত মুক্তি পাবলগীয়া হলিউডৰ হ’ৰ’ৰ ছবি দ্য নানৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

২০১৮ চনত হলিউডৰ ছবি দ্য নান আহিছিল আৰু অনুৰাগীসকলেও এই ছবিখন বহুত পচন্দ কৰিছিল । ভয়ানক ছবি আছিল আৰু ইয়াৰ কাহিনী যথেষ্ট ছাচপেন্সফুল আছিল । ছবিখন আগবাঢ়ি যোৱাৰ লগে লগে থ্ৰিলাৰ চাচপেন্স আৰু অধিক বৃদ্ধি পায় । এই ছবিখনৰ প্ৰথম খণ্ডটোৱে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল, এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডটো কিমান আচৰিত হ’ব সেয়াহে চাবলগীয়া হ’ব । দ্য নানৰ শেষৰ পৰাই আমি ইয়াৰ দ্বিতীয় অংশৰ বিষয়ে এটা ইংগিত পাইছিলোঁ ।

শ্বাহৰুখৰ জৱান পৰিব নেকি বিপদত ?

শ্বাহৰুখ খানৰ ছবি জৱান এফালে ৭ ছেপ্টেম্বৰত মুক্তি পোৱাৰ বিপৰীতে আনফালে ৮ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া দ্য নান ছবি । শ্বাহৰুখৰ ছবিখন কেনেকুৱা হ’ব, প্ৰথম দিনাই দৰ্শকে গম পাব । ইয়াৰ পিছত দৰ্শকে বিকল্প হিচাপে The Nun ছবিখন চোৱাৰ পথ মুকলি হ’ব । সেইবাবেই শ্বাহৰুখৰ জৱানে আৰম্ভণিৰে পৰাই বক্স অফিচত নিজৰ সম্পূৰ্ণ দখল ধৰি ৰাখিব লাগিব, অন্যথা ৪টা ভাষাত মুক্তি পোৱা The Nunএ ছবিখনে প্ৰত্যক্ষ লাভ হ’ব ।

ইয়াত চাওক The Nunৰ ট্ৰেইলাৰ-

  • " class="align-text-top noRightClick twitterSection" data="">

শ্বাহৰুখৰ ছবি জৱানৰ কথা কওঁতে আকৌ এবাৰ তাত দেখা যাব তেওঁৰ বিপৰীতে নয়নতাৰাক । এটলীয়ে পৰিচালনা কৰা এই ছবিখনৰ বাজেট ২০০ কোটিৰ ওচৰ চাপিব বুলি কোৱা হৈছে ।

লগতে পঢ়ক: Neetu Kapoor birthday: পৰিয়ালৰ সৈতে নীতু সিঙে উদযাপন কৰিলে জন্মদিন, শাহুৱেক নীতু সিঙলৈ আলিয়া ভাটৰ বিশেষ পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.