ETV Bharat / entertainment

Kailash Kher Birthday: অসাধাৰণ কণ্ঠেৰে সংগীত ক্ষেত্ৰখনক অন্য এক মাত্ৰা কৰা সংগীতশিল্পীজন - কৈলাশ খেৰৰ বয়স

সকলোতকৈ কিছু পৃথক কণ্ঠশৈলীৰ বাবে জনাজাত সংগীত শিল্পী কৈলাশ খেৰে আজি উদযাপন কৰিছে 49 সংখ্যক জন্মদিন (Kailash Kher Birthday) ৷ কৈলাশ খেৰৰ অনুৰাগী বিশ্বজুৰি বিয়পি আছে ৷ সংগীতশিল্পী জনৰ বিশেষ দিনটোত আহক উপভোগ কৰো তেওঁৰ কেইটামান বিখ্যাত গান-

Kailash Kher Birthday
অসাধাৰণ কণ্ঠেৰে সংগীত ক্ষেত্ৰখনক অন্য এক মাত্ৰা কৰা সংগীতশিল্পীজন
author img

By

Published : Jul 7, 2022, 7:31 PM IST

চিটাৰা ডেস্ক, 7 জুলাই : এক অদ্বিতীয় সুন্দৰ কণ্ঠেৰে সংগীত প্ৰেমীৰ মনত সুকীয়া স্থান দখল কৰি ৰখা গায়ক কৈলাশ খেৰে 7 জুলাইত সম্পূৰ্ণ কৰিছে 49 বছৰ ৷ ‘তেৰী দিৱানী’, ‘আল্লাহ কে বন্দে’ এই গানসমূহ সংগীত প্ৰেমীৰ মনত চিৰপ্ৰবাহমান হৈ থাকিব সদায় (Kailash Kher famous songs) ৷

বলীউডলৈ কৈলাশ খেৰৰ অৱদান বুলি ক’লে উপৰোক্ত গান সমূহৰ কথাই মনলৈ আহে ৷ গায়কজনে বলীউডক একাধিক মহান আৰু হৃদয়স্পন্দনকাৰী গান উপহাৰ দি থৈছে ৷ তেওঁ তেওঁৰ কেৰিয়াৰত ৩০০ তকৈও অধিক গীতত কণ্ঠদান কৰিছে (Kailash Kher songs) । শিল্পীজনৰ জন্মদিন বিশেষ দিনটোত উপভোগ কৰক এই বিশেষ গান কেইটা-

1. या रब्बा...

  • " class="align-text-top noRightClick twitterSection" data="">

2. अल्लाह के बंदे...

3. तेरी दीवानी...

4. पिया रे...

5. मेरे निशान...

কৈলাশ খেৰৰ জন্ম ১৯৭৩ চনৰ ৭ জুলাইত উত্তৰ প্ৰদেশৰ মিৰাটত হৈছিল (Kailash Kher age)। তেওঁ সৰুৰে পৰা গান গাবলৈ ভাল পাইছিল । কৈলাশৰ দেউতাক পণ্ডিত মেহৰ সিং খেৰ এজন পুৰোহিত আছিল আৰু প্ৰায়ে ঘৰত অনুষ্ঠিত অনুষ্ঠানত লোকগীত গাইছিল । কৈলাশৰ ঘৰৰ পৰিৱেশো সংগীতময় আছিল ।

কৈলাশ খেৰৰ গান বাজি উঠাৰ লগে লগে শ্ৰোতাসকল মগ্ন হৈ যায় । কণ্ঠস্বৰ সুৰ, তাল, লয় ৰ সমন্বয়ে এক আশ্চৰ্যকৰ পৰিৱেশ সৃষ্টি কৰি তোলে । তেওঁৰ গান এবাৰ কাণত পৰাৰ পিছত প্ৰতিজন সংগীত প্ৰেমীয়ে গুণগুণাই থকাটো স্বাভাৱিক কথা ৷

লগতে পঢ়ক : পাপাৰাজীক দেখি ৰণবীৰৰ মুখৰ পৰা ওলাল,"তু মামা বন গয়া তু চাচা বন গয়া"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.