ETV Bharat / entertainment

IIFA 2023: বাবিল খানৰ পৰা মৌনি ৰয়লৈকে এইসকল তাৰকাই লাভ কৰিলে আইফা 2023 বঁটা, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা - হৃত্বিক ৰোশন

আইফা নামেৰে জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা ২৭ মে’ত সামৰণি পৰে । চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা (IIFA 2023) ৷

IIFA 2023: Who won what...check out the full list of winners here
আইফাৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা
author img

By

Published : May 28, 2023, 2:24 PM IST

চিটাৰা ডেস্ক, ২৮ মে' : শুকুৰবাৰ আৰু শনিবাৰে আবুধাবিত অনুষ্ঠিত হয় আইফা এৱাৰ্ডছ ২০২৩ (IIFA Awards 2023) ৷ ২৬ মে’ত অনুষ্ঠিত হয় আইফাৰ ইভেণ্ট আৰু ২৭ মে’ৰ নিশা মূল বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় (IIFA awards winners) ।

বঁটা প্ৰদান অনুষ্ঠানত হৃত্বিক ৰোশন, ছলমান খান, বিকি কৌশল, বৰুণ ধাৱন, অভিষেক বচ্চন, নোৰা ফাতেহী আৰু ছাৰা আলী খানকে ধৰি কেইবাগৰাকী বি-টাউনৰ চেলিব্ৰিটি উপস্থিত থাকে। অভিনেতা হৃতিক ৰোশনে বিক্ৰম বেধা ছবিত আৰু আলিয়া ভাটে গংগুবাই কাঠিয়াৱাড়ী ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ- পুৰুষ, মহিলাৰ ট্ৰফী লাভ কৰে । ইফালে অজয় দেৱগনৰ থ্ৰিলাৰ ছবি দৃশ্যম ২ য়ে শ্ৰেষ্ঠ ছবি আৰু আৰ মাধৱনে তেওঁৰ ছবি ৰকেট্ৰি: দ্য নাম্বি ইফেক্টৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে (IIFA Awards 2023 Winners List) ।

আইফা 2023 ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা :

১) শ্ৰেষ্ঠ ছবি - দৃষ্ট্যম ২

২) শ্ৰেষ্ঠ পৰিচালক - আৰ মাধৱন, ৰকেটৰী: দ্য নাম্বি ইফেক্ট

৩) অগ্ৰণী ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ) - হৃতিক ৰোশন, বিক্ৰম বেধা

৪) অগ্ৰণী ভূমিকা (মহিলা)ত শ্ৰেষ্ঠ প্ৰদৰ্শন - আলিয়া ভাট, গংগুবাই কাঠিয়াৱাড়ী

৫) সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয় (পুৰুষ) - অনিল কাপুৰ, জগজুগ জিয়ো

৬) সহযোগী ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন (মহিলা) - মৌনি ৰয়, ব্ৰহ্মাস্ত্ৰ প্ৰথম খণ্ড: শিৱ

৭) শ্ৰেষ্ঠ অভিষেক (পুৰুষ) - বাবিল খান, কালা আৰু শান্তনু মহেশ্বৰী, গংগুবাই কঠিয়াৱাড়ী

৮) শ্ৰেষ্ঠ অভিষেক (মহিলা) - খুশালি কুমাৰ, ধোখা: ৰাউণ্ড ডি কৰ্ণাৰ

৯) শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ) - অৰিজিত সিং, কেছাৰিয়া, ব্ৰহ্মস্ত্ৰ প্ৰথম খণ্ড: শিৱ

১০) শ্ৰেষ্ঠ প্লেবেক কণ্ঠশিল্পী (মহিলা) - শ্ৰেয়া ঘোষল, ৰাছিয়া, ব্ৰহ্মাস্ত্ৰ প্ৰথম খণ্ড: শিৱ

১১) শ্ৰেষ্ঠ সংগীত - প্ৰীতম চক্ৰৱৰ্তী, ব্ৰহ্মাস্ত্ৰ প্ৰথম খণ্ড: শিৱ

১২) শ্ৰেষ্ঠ গীতৰ কথা - অমিতাভ ভট্টাচাৰ্য, কেছাৰিয়া, ব্ৰহ্মাস্ত্ৰ প্ৰথম খণ্ড: শিৱ

১৩) শ্ৰেষ্ঠ কাহিনী মৌলিক - জেছমীত কে ৰিন আৰু পাৰবীজ শ্বেখ, ডাৰ্লিংছ

১৪) শ্ৰেষ্ঠ গল্প অভিযোজিত - আমিল কীয়ান খান আৰু অভিষেক পাঠক, দৃষ্ট্যম ২

১৫) আঞ্চলিক ছবিত অসাধাৰণ কৃতিত্ব - ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিছৌজা, বেড

১৬) ভাৰতীয় ছবিত অসাধাৰণ কৃতিত্ব - কমল হাছান

১৭) ছবি ফেশ্বনৰ বাবে অসাধাৰণ কৃতিত্ব - মনীষ মালহোত্ৰ (ANI)

লগতে পঢ়ক: Fan Proposes Salman Khan: ভাইজানে অনুৰাগীৰ পৰা লাভ কৰিলে বিয়াৰ প্ৰস্তাৱ, উত্তৰত কি ক’লে চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.