ETV Bharat / entertainment

Deepika Padukone: অভাৰছাইজ ট্ৰেঞ্চ কোটত বিমানবন্দৰত দেখা গ’ল দীপিকা পাডুকনক

author img

By

Published : Mar 28, 2023, 9:34 PM IST

আজি পুৱা মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ তাৰকা দীপিকা পাডুকনক (Deepika Padukone at Mumbai airport)। ষ্টাইলিছ এয়াৰপৰ্ট লুকত দীপিকাক অতি সুন্দৰ দেখা গৈছিল ৷

Deepika Padukone in camouflage trench coat ticks all the right boxes for chic airport look
ষ্টাইলিছ এয়াৰপৰ্ট লুকত দীপিকা

চিটাৰা ডেস্ক, 28 মাৰ্চ: বিমানবন্দৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বলীউডৰ অভিনেত্ৰীসকলৰ ফেশ্বন ৷ বিমানবন্দৰৰ লুকৰ বাবে প্ৰায়ে বলীউডৰ অভিনেত্ৰীসকলক বাছি ভিন্ন সাজ-পোছাক (Deepika Padukone airport look) ৷ ইয়াৰ ভিতৰত আছে বলীউডৰ অন্যতম অভিনেত্ৰী দীপিকা পাডুকন ৷ দীপিকা পাডুকনক প্ৰায়ে ফেশ্বনেবল সাজ পৰিধান কৰি বিমানবন্দৰত উপস্থিত হোৱা দেখা যায় ৷

আজি পুনৰ মুম্বাই এৰি যোৱাৰ সময়ত এয়াৰপৰ্ট লুকছৰ প্ৰতি থকা প্ৰেমৰ প্ৰদৰ্শন অব্যাহত ৰাখিলে অভিনেত্ৰীগৰাকীয়ে । আজি পুৱা ট্ৰেঞ্চ কোট, জগাৰ পেণ্ট আৰু প্ৰিন্ট থকা চুৱেটাৰ পৰিধান কৰা দেখা পোৱা যায় দীপিকাক ৷ এই সাজত দীপিকা পাডুকনে পাপাৰাজীৰ বাবে প’জ দিয়াও দেখা যায় ৷ অভিনেত্ৰীগৰাকীৰ শেহতীয়া লুকটোৱে এয়াৰপৰ্টৰ ফেশ্বনৰ অতি উত্তম বুলি মন্তব্য কৰে অনুৰাগীয়ে (Deepika Padukone casual airport fashion) ৷

এগৰাকী পাপাৰাজীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে নিজা বাহনেৰে ডিপাৰ্চাৰ টাৰ্মিনেলত উপস্থিত হৈ বিমানখন ধৰিবলৈ যোৱাৰ পূৰ্বে কেমেৰাৰ সন্মুখত প’জ দিয়া দেখা গৈছে (Deepika Padukone airport outfits) । দীপিকাই পৰিধান কৰিছিল কেমো প্ৰিন্টৰ সৈতে অভাৰছাইজ থ্ৰী পিছ এথলেইজাৰ ড্ৰেছ । ব্লেক গগলছ আৰু হাই এণ্ড বেগ এটাৰে নিজৰ লুকটো পৰিপূৰক কৰিছিল দীপিকাই ।

আজি পুৱা প্ৰায় 4 বজাত বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী । এয়াৰপৰ্ট লুকত লগতে অলিভ গ্ৰীণ জগাৰ পেণ্টো পৰিধান কৰা পৰিলক্ষিত হৈছিল ৷ লুইছ ভুটনৰ টোট বেগ আৰু চুংকি বগা লেচ-আপ স্নিকাৰৰ সৈতে এটা মেচি টপ বান, নিউড লিপ গ্লছ আৰু কোনো মেকআপ নোহোৱাকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ এয়াৰপৰ্ট লুক সম্পূৰ্ণ কৰিছিল ।

উল্লেখ্য যে, দীপিকাৰ আগন্তুক ছবি হৈছে ফাইটাৰ ৷ ইতিমধ্য়েই ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই ছবিখনত হৃতিক ৰোশনৰ সৈতে দেখা যাব দীপিকাক । অক্ষয় ওবেৰয়, কৰণ সিং গ্ৰ’ভাৰ, অনিল কাপুৰকো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা ছবিখনত ৷ সিদ্ধাৰ্থ আনন্দৰ ফাইটাৰ ছবি 2024 চনৰ 25 জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব । লগতে অমিতাভ বচ্চন আৰু অভিনেতা প্ৰভাসৰ সৈতে প্ৰজেক্ট কেত কাম কৰি আছে দীপিকাই । দ্য ইন্টাৰনৰ হিন্দী ৰিমেকতো বিগ বিৰ সৈতে অভিনয় কৰিব দীপিকাই ।

লগতে পঢ়ক: Shahrukh Salman movie:পাঠানত একেলগে কাম কৰা প্ৰসংগত মুকলিকৈ কথা পাতে শ্বাহৰুখ-ছলমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.