ETV Bharat / entertainment

Riteish Deshmukh Birthday: ৰিতেশৰ জন্মদিনত চাওক পত্নীৰ সৈতে তেওঁৰ কেইটমান মৰমলগা ভিডিঅ’

author img

By

Published : Dec 17, 2022, 1:33 PM IST

বলীউড অভিনেতা ৰিতেশ দেশমুখে 17 ডিচেম্বৰ 2022 ৰ দিনটোত উদযাপন কৰিছে 44 বছৰীয়া জন্মদিন (Riteish Deshmukh birthday) ৷ ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডি’চুজা বলীউডৰ অতিকে জনপ্ৰিয় যুটি সমূহৰ ভিতৰত অন্যতম ৷ অভিনেতাজনৰ জন্মদিনত স্বামী-স্ত্ৰীৰ কেইটমান মৰমলগা ভিডিঅ’ আপোনালোকলৈ আগবঢ়ালো-

Riteish Deshmukh
পত্নীৰ সৈতে ৰিতেশ

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : এক দীঘলীয়া সময় ধৰি নিজৰ কমেডি আৰু চঞ্চলতাৰে দৰ্শকৰ মনত সুকীয়া আসন অধিকাৰ কৰি থকা অভিনেতা ৰিতেশ দেশমুখৰ আজি জন্মদিন ৷ অভিনেতা জনে সম্পূৰ্ণ কৰিলে জীৱনৰ 44 টা বছৰ (Riteish Deshmukh age) ৷ ৰিতেশৰ সমান্তৰালকৈ তেওঁৰ অভিনেত্ৰী পত্নী জেনেলিয়াও খুবেই জনপ্ৰিয় ৷ দুয়োৰে আছে অসংখ্য অনুৰাগী ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়ো সংযুক্ত হৈ থাকে অনুৰাগীৰ সৈতে ( Genelia DSouza instagram) ৷

ৰিতেশ আৰু জেনেলিয়াই প্ৰায়ে ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ ধেমেলীয়া ৰীলছ শ্বেয়াৰ কৰি থাকে (Riteish Deshmukh instagram) ৷ দুয়োৰে মাজৰ অবৰ্ণনীয় মিঠা সম্পৰ্কটি সকলোৰে আদৰৰ ৷ ৰিতেশে এবাৰ কোনোবা এটা সাক্ষাৎকাৰত কৈছিল যে জেনেলিয়া কেৱল মাত্ৰ তেওঁৰ প্ৰেম নহয়, জেনেলিয়াৰ বাবে তেওঁৰ আছে পাগলামি ৷

সহজ-সৰল অভিনয়ৰ লগতে ৰিতেশে পত্নী জেনেলিয়াৰ সৈতে নিজৰ ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক মনোৰঞ্জন দি থাকে অভিনেতাজনে । ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডি’চুজাৰ 5 টা আটাইতকৈ মৰমলগা মুহূৰ্ত চাওঁ আহক-

লগতে পঢ়ক : জেনেলিয়াৰ ওপৰত খং উঠিল ৰিতেশ দেশমুখৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.