ETV Bharat / elections

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

author img

By

Published : Apr 13, 2019, 1:19 PM IST

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৰাজ্যত ৷ বৰাক উপত্যকাত গৰম হৈছে নিৰ্বাচনী বতাহ ৷

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

কৰিমগঞ্জ, 13 এপ্ৰিলঃ অসমৰ পাঁচটা সমষ্টিত ইতিমধ্যেই সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বৰাক উপত্যকাত ক্ৰমান্বয়ে গৰম হৈছে নিৰ্বাচনী বতাহ । ষ্টাৰ কেম্পেনাইৰৰ ঢৌ উঠিছে বৰাকৰ কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিত ৷

হিমন্ত বতৰ বিজ্ঞানীঃ ৰকিবুল হুছেইন

কৰিমগঞ্জ লোকসভা সমষ্টিৰ কেইবাঠাইটো নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছৰ বহুকেইগৰাকী হেভীৱেইট নেতাই ৷ কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, ৰকিবুল হুছেইন আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ৷

সমষ্টিটোত প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় জ্যেষ্ঠ কংগ্ৰেছী তথা এসময়ৰ হিমন্তৰ সহকৰ্মী ৰকিবুল হুছেইনে ৷ হিমন্ত বিশ্ব এগৰাকী বতৰ বিজ্ঞানী, আগতীয়াকৈ উমান পাই দল সলনি কৰা বিজ্ঞানী হিমন্ত বিশ্ব ৷ কিন্তু বৰ্তমানে বিজ্ঞানীৰ বাবে কংগ্ৰেছৰ দুৱাৰ-খিৰিকী সকলো বন্ধ ৷

Intro:কংগ্ৰেছ নেতা ৰকিবুল হুচেইনৰ নিৰ্বাচনী প্ৰচাৰBody:SLUG: ROKIBUL ELECTION CAMPAIGN. 

ইতিমধ্যে সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া । অসমত পাঁচটা সমষ্টিত সম্পন্ন হোৱা নিৰ্বাচনত কংগ্ৰেছে  যদি কৈছে সেই পাঁচটা সমষ্টি তেখেতৰ দখলত গৈছে তেন্তে বিজেপিয়েও কৈছে সেই সমষ্টি কেইটাত বিজেপি জয়ী হব । আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বৰাক উপত্যকাত ক্ৰমান্বয়ে উত্তপ্ত হৈছে নিৰ্বাচনী বতাহ । ষ্টাৰ কেম্পেনিং'ৰ ঢৌ উঠিছে বৰাকৰ দুৱোটা সমষ্টিত । এটা সময়ত কংগ্ৰেছৰ দাদা ব্ৰিগেডৰ মন্ত্ৰী বিধায়ক হিচাপে পৰিচিত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, ৰকিবুল হুছেইন আৰু বিধায়ক কমলাক্ষ দে পুৰকায়স্থ সকলে যোৱা কালি কৰিমগঞ্জ জিলাৰ কবাঠাইত প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ চলালে নিৰ্বাচনী  প্ৰচাৰ । ইপিনে  ৰকিবুল হুছেইনে লক্ষ্য হিচাপে বাছি ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । কলে হিমন্ত হেনো বতৰ বিজ্ঞানী । আগতীয়া উমান পাই দল তথা সুৰ সলনি কৰাৰ ক্ষেত্ৰত ওস্তাদ তেওঁ । ইপিনে বৰাকত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিল সন্দৰ্ভত ৰকিবুলে clearly একো নকলেও হিমন্ত সন্দৰ্ভত ক'লে কংগ্ৰেছৰ দোৱাৰ খিৰিকী এতিয়া সম্পূৰ্ণ বন্ধ .......

Date: 13.04.19 Bpn chakraborty karimganj&sanjit koiri patharkandi. Conclusion:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ এতিয়া গৰম বতাহ কৰিমগঞ্জ লোকসভা সমষ্টিটোত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.