বকো, 22 এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল । দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চললৈ ইতিমধ্যে ৰাওনা হৈছে ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল । ছয়গাঁৱৰ বাতাহিদিয়া চৰৰ ৮টা ভোটগ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে বিয়লিতে যাত্ৰা আৰম্ভ কৰে কৰ্মচাৰীসকলে । বাতাহিদিয়া চৰলৈ প্ৰায় ৭ কিলোমিটাৰ বৰলুইতৰ বুকুৱেদি যন্ত্ৰচালিত নাৱেৰে যোৱাৰ পিছত ট্ৰেক্টৰ, ম'হৰ গাড়ীৰে নিয়া হয় EVM আৰু VVPAT মেচিন ।
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বকো - দক্ষিণ কামৰূপ
দক্ষিণ কামৰূপৰ চৰাঞ্চললৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল। ছয়গাঁৱৰ ৪৯ আৰু বকোৰ ১২ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত অধিক আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হৈছে ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰৰঝাৰ
বকো, 22 এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল । দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চললৈ ইতিমধ্যে ৰাওনা হৈছে ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল । ছয়গাঁৱৰ বাতাহিদিয়া চৰৰ ৮টা ভোটগ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে বিয়লিতে যাত্ৰা আৰম্ভ কৰে কৰ্মচাৰীসকলে । বাতাহিদিয়া চৰলৈ প্ৰায় ৭ কিলোমিটাৰ বৰলুইতৰ বুকুৱেদি যন্ত্ৰচালিত নাৱেৰে যোৱাৰ পিছত ট্ৰেক্টৰ, ম'হৰ গাড়ীৰে নিয়া হয় EVM আৰু VVPAT মেচিন ।
Intro:তৃতীয় পৰ্যায়ৰ ভোটৰ বাবে 5 নং কোকৰৰঝাৰত ও ৰাতিপুৱাৰ পৰা প্ৰিযায়ডিঙ অফিচাৰ্ছ আৰু পললিং এজেনৰ তৎপৰ।
Body:5 নং কোকৰাঝাৰ জনজাতি লগসভা সমিষ্টত মুঠ 2347 ভোট কেন্দ্র আছে, তাৰে কোকৰাঝাৰ পূৱ বিধান সভা সমিষ্টিত 245 তা ভোট কেন্দ্ৰ, তাৰে 138 স্পৰ্শকাতৰ আৰু 36 অতি স্পৰ্শকাতৰ। মঠ ভোটাৰ হল 180783 তাৰে পুৰুষ 89269 আৰু মহিলা 91514 ।
Conclusion:গোটেই পলিং অফিচাৰ্ছ আৰু এজেন নিজৰ নিজৰ ভোটিং মেচিন আৰু সামগ্ৰীক তন্ন তন্ন পৰীক্ষা কৰি ভোট কেন্দ্ৰত ৰাওনা হয়।