ETV Bharat / elections

ধিঙত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

মন্ত্ৰী কেশৱ মহন্ত ধিং চহৰত উপস্থিত হৈ মিত্ৰজোটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই

author img

By

Published : Apr 9, 2019, 12:32 PM IST

ধিঙত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

ধিং, 9 এপ্ৰিলঃ মঙলবাৰে 5 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্য ৷ এই প্ৰচাৰ কাৰ্যৰ সময়সীমা চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ মঙলবাৰে ধিং সমষ্টিৰ মৈৰাবাৰীত অনুষ্ঠিত হয় বিজেপিৰ চাৰিখনকৈ নিৰ্বাচনী সভা ৷ এই নিৰ্বাচনী সভাত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ প্ৰচাৰ চলাই ৷ সভাত কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহন্ত ৷ মহন্তই মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ বাবে জনসাধাৰণক আহ্বান জনোৱাৰ লগতে অসম তথা জনসাধাৰণৰ বাবে সদায় কাম কৰি যোৱাৰো আশ্বাস প্ৰদান কৰে ৷

Intro:ধিং সমষ্টিৰ মৈৰাবাৰীতএফালে কংগ্ৰেছ আৰু আন ফালে অগপৰ নিৰ্বাচনী প্ৰচাৰ সভাBody:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য সামৰণি পৰিব 9 তাৰিখ 5 বজাত তাকে লক্ষ্য কৰি কংগ্ৰেছ আৰু মিত্ৰজোটৰ অগপ দলে ধিং সমষ্টিৰ মৈৰাবাৰীত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। এফালে মিত্ৰজোচৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ হৈ মন্ত্ৰী কেশৱ মহন্তই ধিং সমষ্টিত একেদিনাই চাৰিখন কৈ সভাত অংশগ্ৰহন কৰি প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ পুত্ৰ তথা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক আক্ৰমণ কৰি ভাষনত কয় বিগত 5 বছৰত গৌৰৱ গগৈয়ে একো কৰা নাই বানপানীৰ সময়ত গৌৰৱ গগৈ কোন দিনেই ধিং সমষ্টিত অহা নাই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়দৰ মাদাৰ্চা সমূহত ইছলাম ধৰ্মালম্বীয় লোক সকলে ধৰ্মীয় আত্যান্তিক শিক্ষা প্ৰদান কৰে সেয়েহ এই মাদ্ৰছা সমূহত ভাল পৰিবেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছো বুলি মন্তব্য কৰি মন্ত্ৰী কেশৱ মহন্তই আনহাতে প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত বিগত কাৰ্যকালৰ কিছু কাম-কাজৰ খতিয়ান দাঙি ধৰি কয় যে ধিং সমষ্টিৰ বানপানী-গৰাখহনীয়া সমস্যা সন্দৰ্ভত লোকসভাৰ মজিয়াত উপস্থাপন কৰি আহিছো গৌৰৱ গগৈয়ে সেই একে দিনাই 6খনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰাৰ লগতে প্ৰায় 9 কিঃমিঃ দৈৰ্ঘ্য ধিংৰ পৰা লাহৰিঘাট আৰু লাহৰিঘাটৰ পৰা বেলবৰি হৈ মৈৰাবাৰীলৈ এক বিশাল ৰোড-শ্ব উলিওৱা। নিৰ্বাচনী প্ৰাচাৰ দুয়ো দলৰ তুগত উঠিছে যদিওঁ কোন দলে কিমান ভোট পাই সময়েহে কব পৰা যাব।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.