ETV Bharat / crime

মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ - নলা নিৰ্মাণ

মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতি ৷ নিম্নমানৰ কাম কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

drain-corruption-in-morigaon
মৰিগাঁৱত জলসিঞ্চন আঁচনিৰ কামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Feb 3, 2021, 10:26 PM IST

মৰিগাঁও, 3 ফেব্ৰুৱাৰী : চাৰি বছৰৰ পিচতো সম্পূৰ্ণ নহ'ল 2017-2018 বিত্তীয় বৰ্ষৰ ৰূপায়িত জলসিঞ্চন আঁচনিৰ কাম ৷ 4,98,000 টকাৰে নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল; কিন্তু নিম্নমানৰ কাম কৰিয়ে দায়িত্ব সামৰে তদানীন্তন পঞ্চায়ত সভানেত্ৰীয়ে ৷ এই অভিযোগ ৰাইজৰ ৷

drain-corruption-in-morigaon
নিৰ্মাণৰ ফলক

ইফালে, নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে শলমাৰী গাঁও পঞ্চায়তৰ হাঁহচৰা পথাৰৰ কৃষক সকলে খেতি কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ৰাইজৰ মন্তব্য

লগতে পঢ়ক : মাজুলীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.