ETV Bharat / city

Militant ambush in Changlang: পাংচুুপাছৰ সেনাৰ ঘাটিত ULFA-NSCN ৰ এম্বুশ্ব

author img

By

Published : Aug 9, 2022, 8:09 AM IST

ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী (Firing in Myanmar border) ৷ পাংচুুপাছ এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ আছাম ৰাইফলছৰ সৈতে এই সংঘৰ্ষ আলফা আৰু NSCN ৰ সদস্যৰ (Firing between militant and Assam rifles) ৷

Militant ambush in Changlang
Militant ambush in Changlang

নিউজ ডেস্ক, 9 আগষ্ট: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ-পূৱত উগ্ৰপন্থী সংগঠনৰ কূটাঘাত (Militant ambush in Changlang) ৷ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী (Firing in Myanmar border) ৷ পাংচুুপাছ এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ আছাম ৰাইফলছৰ সৈতে আলফা আৰু NSCN ৰ সদস্যৰ সংঘৰ্ষ ৷

জানিব পৰা মতে, অৰুণাচলৰ চাংলাং জিলাৰ পাংচুপাছ এলেকাত আছাম ৰাইফছে নতুনকৈ এটা শিবিৰ স্থাপন কৰিছিল ৷ এই শিবিৰটোতে মঙলবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত আলফা আৰু NSCN ৰ এটা দলে আকস্মিকভাৱে এম্বুশ্ব চলায় ৷ ঘটনাৰ বিতং খবৰ এই মূহুৰ্তত লাভ কৰা হোৱা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি শিবিৰটোত মৰ্টাৰেৰে আক্ৰমণ কৰে উগ্ৰপন্থীৰ দলটোৱে (Firing between militant and Assam rifles) ৷

অৱশ্যে বৰ্তমানলৈকে লাভ কৰা হোৱা নাই হতাহতৰ তথ্য ৷

উল্লেখ্য যে, প্ৰায় তিনি বছৰ পাচত এইবাৰ আলফাকে ধৰি উত্তৰ-পূৱৰ বিদ্ৰোহী সংগঠনসমূহে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে ৷ ইতিমধ্যে আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই এক বিবৃতিযোগে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পিচতেই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

মুখ্যমন্ত্ৰীয়ে কৈছিল যে, আলফাই স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনোৱাটো কোনো নতুন কথা নহয় ৷ এই বিষয়ে চিন্তা কৰিবলগীয়া একো নাই আৰু স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱেই পালিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল ৷ কিন্তু তেওঁৰ সেই মন্তব্যৰ দুটা দিন পাৰ নৌহওঁতেই আজি সংঘটিত এই আক্ৰমণৰ ঘটনাই তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: ULFA declared bandh on August 15: ১৫ আগষ্টত সৰ্বাত্মক বন্ধ ঘোষণা আলফাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.