ETV Bharat / city

উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰ.ডি.জুনিয়ৰ কলেজৰ সাফল্য

ডিগবৈৰ অন্যতম শিক্ষানুষ্ঠান আৰ.ডি.জুনিয়ৰ কলেজৰ তিনিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে কলেজলৈ সুনাম কঢ়িয়াই আনিছে। কলেজখনৰ পৰা কলা শাখাত শ্ৰুতি সোণোৱালে পঞ্চম স্থান আৰু বাণিজ্য শাখাত অংকুৰ বৰুৱাই ষষ্ঠ আৰু মিথলেশ প্ৰসাদ শৰ্মাই নৱম স্থান দখল কৰিছে।

author img

By

Published : May 25, 2019, 11:06 AM IST

আৰ. ডি. জুনিয়ৰ কলেজ

তিনিচুকীয়া,২৫মে': তিনিচুকীয়া জিলাৰ ডিগবৈৰ অন্যতম শিক্ষানুষ্ঠান আৰ.ডি.জুনিয়ৰ কলেজৰ তিনিগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শনিবাৰে ঘোষণা কৰা ফলাফলত কলা আৰু বাণিজ্য শাখাত অসমৰ ভিতৰতে তিনিটাকৈ স্থান দখল কৰাৰ পাছতে বিদ্যালয় চৌহদত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰ. ডি. জুনিয়ৰ কলেজৰ সাফল্য

কলা শাখাত শ্ৰুতি সোণোৱালে পঞ্চম স্থান আৰু বাণিজ্য শাখাত অংকুৰ বৰুৱাই ষষ্ঠ আৰু মিথলেশ প্ৰসাদ শৰ্মাই নৱম স্থান দখল কৰি কলেজ খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । কলেজ খনৰ এই সাফল্যই তিনিচুকীয়া জিলাবাসীলৈও আনন্দ কঢ়িয়াই আনিছে।

Intro:*ডিগবৈ আৰ.ডি জুনিয়ৰ কলেজৰ সাফল্য*

তিনিচুকীয়া:-তিনিচুকীয়া ডিগবৈৰ অন্যতম শিক্ষানুষ্ঠান আৰ ডি জুনিয়ৰ কলেজৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলা আৰু বাণিজ্য শাখাত অসমৰ ভিতৰত তিনিটাকৈ স্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ শিক্ষানুষ্ঠান খনৰ এই সাফল্যত বিদ্যালয়ৰ চৌহদত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়৷কলা শাখাত শ্ৰুতি সোণোৱালে পঞ্চম স্থান, বাণিজ্য শাখাত অংকুৰ বৰুৱাই ষষ্ঠ আৰু মিথিলেস শৰ্মাই নৱম স্থান দখল কৰি কনিষ্ঠ মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাতৰিয়ে তিনিচুকীয়া জিলাবাসীক আনন্দিত কৰি তোলাৰ পৰিলক্ষিত হৈছে৷Body:BYET:-অধ্যক্ষ,RD COLLEGEConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.