ETV Bharat / city

লকডাউন ভংগ কৰি কাকপথাৰত একাংশৰ দীঘলীয়া শাৰী

author img

By

Published : Apr 16, 2020, 2:58 PM IST

প্ৰশাসনলৈ কেৰেপ নকৰি ৰাজপথত একাংশ ব্যক্তি ৷ কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ ৷

Lockdown situation in sadiya
লকডাউন ভংগ কৰি কাকপথাৰত দীঘলীয়া শাৰী

শদিয়া, 16এপ্ৰিলঃ এফালে যদি কৰ'ণাক লৈ আতংকিত বিশ্ববাসী আনফালে আকৌ কৰ'ণাক লৈ চিন্তিত নহয় একাংশ ব্যক্তি ৷ কি চৰকাৰৰ নীতি-নিয়ম, কি লকডাউন গুৰুত্ব নাই একাংশৰ ৷ চৰকাৰী সকলো নিৰ্দেশ অমান্য কৰি কাকপথাৰত দেখা পোৱা গ'ল হাজাৰ হাজাৰ লোকৰ দীঘলীয়া শাৰী ৷ কোনো ব্যৱধান নাৰাখি, মাস্ক অবিহনেই কাকপথাৰৰ বেংক, গেছ এজেন্সীত প্ৰায় তিনিশ মিটাৰ দূৰলৈকে দেখা পোৱা গ'ল দীঘলীয়া শাৰী ৷

লকডাউন ভংগ কৰি কাকপথাৰত দীঘলীয়া শাৰী

কিন্তু ইমানৰ পিছতো নিশ্চুপ কাকপথাৰ আৰক্ষী ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান কাকপথাৰৰ সচেতন মহলৰ ৷

লগতে পঢ়কঃ ঘৰতে থাকি উদযাপন ৰঙালী বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.