ETV Bharat / city

তিনিচুকীয়াত গছৰ পৰা জপিয়াই আত্মহত্যা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

বৃহস্পতিবাৰে পুৱা মাকুম জ্যোতি নগৰৰ এজন ব্যক্তিৰ বাৰীৰ কঁঠাল গছত এগৰাকী মহিলা উঠি থকা প্ৰত্যক্ষ কৰে ঘৰৰ গৃহস্থই । গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰে যদিও অৱশেষত গছৰ পৰা জপিয়াই আত্মহত্যা কৰে মহিলা গৰাকীয়ে

author img

By

Published : May 30, 2019, 10:18 PM IST

তিনিচুকীয়াত গছৰ পৰা জপিয়াই আত্মহত্যা মানসিক বিকাৰগ্ৰস্ত মহিলাৰ

তিনিচুকীয়া,৩০মে': তিনিচুকীয়াৰ মাকুমত চাঞ্চল্যকৰ ঘটনা ৷ গছৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বৃহস্পতিবাৰে পুৱা মাকুম জ্যোতি নগৰৰ এজন ব্যক্তিৰ বাৰীৰ কঁঠাল গছত এগৰাকী মহিলা উঠি থকা প্ৰত্যক্ষ কৰে ঘৰৰ গৃহস্থই। গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰে যদিও অৱশেষত গছৰ পৰা জপিয়াই আত্মহত্যা কৰে মহিলা গৰাকীয়ে ৷

কেমেৰাত বন্দী হ'ল মহিলাগৰাকীয়ে গছৰ পৰা জপিওৱাৰ সেই ভয়‌ংকৰ দৃশ্য। ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ পৰিচয় লাভ কৰা নাই ৷ ইতিমধ্যে স্থানীয় আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মহিলাগৰাকীৰ মৃতদেহ ৷

Intro:তিনিচুকীয়া,৩০মে’:- তিনিচুকীয়াৰ মাকুমত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই গছৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰে।ঘটনাৰ বিৱৰণী অনুসৰি,বৃস্পতিবাৰে পুৱাৰ ভাগত মাকুম জ্যোতিনগৰৰ এজন ব্যক্তিৰ ঘৰৰ বাৰীত এজোপা কঁঠাল গছত এগৰাকী মহিলা উঠি থকা প্ৰত্যক্ষ কৰে ঘৰৰ গৃহস্থই।

ঘৰৰ গৃহস্থই গছৰ পৰা নামি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰে যদিও অৱশেষত গছৰ পৰা জপিয়াই আত্মহত্যা কৰে মহিলা গৰাকীয়ে৷

কেমেৰাত বন্দী গছৰ পৰা জপিওৱা সেই ভয়‌ংকৰ দৃশ্য ।

ঘটনাস্থলীত মাকুম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকীৰ পৰিচয় লাভ কৰা নাই৷ মৃত মহিলা গৰাকীৰ মৃতদেহ আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷Body:প্ৰতক্ষ্যদৰ্শীConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.