ETV Bharat / city

স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা সত্যলতা গগৈক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

author img

By

Published : Aug 9, 2020, 5:59 PM IST

ৰাষ্ট্ৰপতি ভৱনৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলাৰ কাৰ্যবাহী দণ্ডাধীশ অপূৰ্বা বৰগোঁহাইয়ে মুক্তিযোদ্ধা সত্যলতা গগৈৰ ফিল'বাৰী গৌৰীপুৰস্থিত বাসগৃহত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামী গৰাকীক সম্বৰ্ধনা পত্ৰ,শৰাই,চেলেংচাদৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Freedom Fighter Satyalata Gogai District Administration Felicitate
মুক্তিযোদ্ধা সত্যলতা গগৈক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

ডুমডুমা, 9 আগষ্ট: ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিক দিৱসৰ লগত সংগতি ৰাখি স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা সত্যলতা গগৈক দেওবাৰে তিনিচুকীয়া জিলা প্ৰসাশনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

ৰাষ্ট্ৰপতি ভৱনৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলাৰ কাৰ্যবাহী দণ্ডাধীশ অপূৰ্বা বৰগোঁহাইয়ে মুক্তিযোদ্ধা সত্যলতা গগৈৰ ফিল'বাৰী গৌৰীপুৰস্থিত বাসগৃহত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামীগৰাকীক সম্বৰ্ধনা পত্ৰ,শৰাই,চেলেংচাদৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

সমগ্ৰ দেশতই কৰ'ণা মহামাৰীৰ পৰিপেক্ষিতত স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰপতি ভৱনৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসনে সম্বৰ্ধনা জনোৱাত সন্তুষ্টি প্ৰকাশ কৰে 99 বছৰীয়া স্বাধীনতা সংগ্ৰামী তথা মুক্তিযোদ্ধা সত্যলতা গগৈয়ে ।

লগতে চাওক-অভিনেত্ৰী নাতাশা সুৰী ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.