ETV Bharat / city

প্ৰাপ্য ধন বিচাৰি ডুমডুমাত চাহ বাগিচা ঠিকাদাৰৰ প্ৰতিবাদ

author img

By

Published : Jul 1, 2019, 3:29 PM IST

Updated : Jul 1, 2019, 7:40 PM IST

বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাপ্য ধন (Liability Bill) বিচাৰি দুঘন্টীয়া অৱস্থান ধৰ্মঘট ঠিকাদাৰৰ

প্ৰাপ্য ধন বিচাৰি ডুমডুমাত চাহ বাগিচা ঠিকাদাৰৰ প্ৰতিবাদ

তিনিচুকীয়া,1 জুলাইঃ অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গোপনে M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল ৷ তিনিচুকীয়া জিলাৰ চামডাং,ৰাইডাং,বিছাকুপি,বাঘজান,বৰডুবি, দৈমূখীয়া আৰু ফিল'বাৰীসহ মুঠ আঠখনকৈ চাহ বগিচা বিক্ৰী কৰিছিল মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে ৷ মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰে আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই নিজৰ প্ৰাপ্য ধন (Liability Bill)৷ ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে। বিভিন্ন সময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে। প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য ধন লাভ নকৰাত এতিয়া শংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ।

বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ঠিকাদাৰসকলৰ মঞ্চ সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD)এ বৰডুবি চাহ বাগিছা কৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অতি শীঘ্ৰে যদি তেওঁলোকৰ প্ৰাপ্য ধন নাপাই তেন্তে M. K. Shah Exports Limited মালিকানাধীন সকলো বাগিচাৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি জনায় প্ৰতিবাদকাৰী সকলে ৷

আৰপ পঢ়কঃ ই-ৰিক্সাৰ অত্যাধুনিক মডেল মুকলি

Intro:Date: 01-07-2019

Sluge: বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাপ্য ধন (Liability Bill) বিচাৰি দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ঠিকাদাৰৰ ।

V/O: অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গুপনে তিনিচুকীয়া জিলাৰ চামডাং, ৰাইডাং, বিছাকুপি, বাঘজান, বৰডুবি, দৈমূখীয়া আৰু ফিল'বাৰী মুঠ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল । মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধিনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰসকলে কাম কৰা (Liability Bill) টকা আজিকুপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজোহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । বিভিন্নসময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া সংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওলোকৰ পৰিয়ালসমূহ । বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ এইসকল ঠিকাদাৰ সকলে বৰডুবি চাহ বাগিছা কৰ্যালয়ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ঠিকাদাৰসকলৰ মঞ্চ সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD) এ । ঠিকাদাৰসকলৰ দাবী, অতি সিঘ্ৰে যদি তেওলোকৰ প্ৰাপ্য নাপাই তেন্তে M. K. Shah Exports Limited মালিকাধীন সকলো বাগিছা বিৰুদ্ধে জংগী প্ৰতিবাদী কপাযসূচী ৰূপায়ন কৰিব ।

Byte: ভুক্তভোগী ঠিকাদাৰ ।Body:Date: 01-07-2019

Byte: ভুক্তভোগী ঠিকাদাৰ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Jul 1, 2019, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.