অৰুণাচলৰ লাজুত আছাম ৰাইফলৰ অভিযান
অভিযানত আটক পাঁচ গৰাকী দুধৰ্ষ এন এল এফ টি সদস্য
আটকাধীন কেইগৰাকী ক্ৰমে ৰাহুল দেৱ বাৰ্মা, অক্ষয় দেৱ বাৰ্মা ,বিজয় দেব বাৰ্মা, ৰঞ্জিত জামাতীয়া আৰু অজয় ৰূপিলী
ম্যানমাৰ সেনাবাহিনীৰ সামৰিক অভিযানৰ সময়ত এই সদস্য কেইগৰাকীয়ে শিবিৰ এৰি পলায়ন কৰিছিল
ইতিমধ্যে আছাম ৰাইফলচে কেডাৰকেইগৰাকীক চমজাই দিছে লাজু আৰক্ষীৰ হাতত
অৰুণাচলত দুধৰ্ষ এন এল এফ টি কেডাৰ আটক - পাঁচ দুধৰ্ষ এন এল এফ টি কেডাৰ আটক
অৰুণাচলৰ লাজুত আছাম ৰাইফলৰ অভিযানত পাঁচ গৰাকীকৈ দুধৰ্ষ এন এল এফ টি সদস্য আটক ।
দুধৰ্ষ এন এল এফ টি কেডাৰ আটক
অৰুণাচলৰ লাজুত আছাম ৰাইফলৰ অভিযান
অভিযানত আটক পাঁচ গৰাকী দুধৰ্ষ এন এল এফ টি সদস্য
আটকাধীন কেইগৰাকী ক্ৰমে ৰাহুল দেৱ বাৰ্মা, অক্ষয় দেৱ বাৰ্মা ,বিজয় দেব বাৰ্মা, ৰঞ্জিত জামাতীয়া আৰু অজয় ৰূপিলী
ম্যানমাৰ সেনাবাহিনীৰ সামৰিক অভিযানৰ সময়ত এই সদস্য কেইগৰাকীয়ে শিবিৰ এৰি পলায়ন কৰিছিল
ইতিমধ্যে আছাম ৰাইফলচে কেডাৰকেইগৰাকীক চমজাই দিছে লাজু আৰক্ষীৰ হাতত
BREAKING:-
অৰুণাচলৰ লাজুত আছাম ৰাইফলৰ অভিযান
অভিযানত আটক পাঁচ গৰাকী National Libations Front Of Tripura (NLFT)ৰ দুধৰ্ষ সদস্য৷
আটকাধীন সদস্য কেইগৰাকী ক্ৰমে ৰাহুল দেৱ বাৰ্মা, অক্ষয় দেৱ বাৰ্মা ,বিজয় দেব বাৰ্মা, ৰঞ্জিত জামাতীয়া আৰু অজয় ৰূপিলী৷
ম্যানমাৰৰ সেনাবাহিনীয়ে উত্তৰ-পূৱ ভাৰতৰ বিদ্ৰোহীৰ বিৰোদ্ধে সামৰিক অভিযান চলোৱাৰ পাছতে NLFT সদস্য কেইগৰাকী শিবিৰ এৰি পলাই আহিছিল ৷
ইতিমধ্যে আছাম ৰাইফলচে লাজু আৰক্ষীক চমজাই দিছে কেডাৰকেইগৰাকীক