ETV Bharat / city

ভাৰত-চীন সীমান্তৰ লুংলাত যুদ্ধ আখৰা ভাৰতীয় সেনাৰ : ETV Exclusive - টাৱাং

লুংলা অঞ্চলত চীনা PLA সৈন্যৰ কাৰ্যকলাপ বৃদ্ধি পাইছে বিগত সময়চোৱাত । প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ মতে patrols Jumping হৈছে 34 বাৰ ।

ETV Exclusive
ETV Exclusive
author img

By

Published : Oct 27, 2021, 10:24 PM IST

তেজপুৰ, 27 অক্টোবৰ : ভাৰত-চীন সীমান্তৰ লুংলা অঞ্চলত ভাৰতীয় সেনা বাহিনীৰ লগত সমানে সষ্টম হৈ আছে সশস্ত্ৰ সীমা বল (SSB) । প্ৰতিদিনে চলিছে যুদ্ধৰ আখৰা । জেমিথাংৰ ট্ৰাই junction ৰ সমীপত ভাৰতীয় সেনা বাহিনীৰ তহল দিয়া দলৰ লগত চীনৰ PLA সৈন্যৰ মুখামুখি হোৱাৰ পিছত এতিয়া সমগ্ৰ বিষয়টোৱে দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ ।

war exercise at Lungla
লুংলা সীমান্তত যুদ্ধ আখৰা ভাৰতীয় সেনাৰ

এছ এছ বিয়ে সেনাৰ লগত চলাইছে 84 মৰ্টৰ ড্ৰীল, যি 5200 মিটাৰ দূৰত্বত শত্ৰুক নিঃশেষ কৰিব পাৰে । দৈনিক সেনাৰ লগত আছুতীয়া বৈঠকত মিলিত হয় এই 67 বাহিনীৰ বিষয়া সকল ।

উল্লেখযোগ্য যে, লুংলা মহকুমা টাৱাং জিলাৰ দক্ষিণ-পূব সীমান্তত অৱস্থিত টাৱাং চহৰৰ পৰা 52 কিলোমিটাৰ নিলগত । বিগত সময়চোৱাত এই লুংলা অঞ্চলত চীনা PLA সৈন্যৰ কাৰ্যকলাপ বৃদ্ধি পাইছে বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ।

ভাৰত-চীন সীমান্তৰ লুংলাত যুদ্ধ আখৰা ভাৰতীয় সেনাৰ

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ মতে, patrols Jumping হৈছে মুঠ 34 বাৰ ৷ তাৰ ভিতৰত 2020 চনত 21 বাৰ আৰু 2018-19 চনত 19 বাৰ । আশ্চৰ্যকৰ বিষয় যে, এই বছৰত কমেও 50 বাৰ PLA সৈন্যই এই চেক্টৰ সীমা পৰিদৰ্শন কৰিছে । আনহাতে, চীনা সৈন্যৰ শীৰ্ষ বিষয়াই 2020 চনত 15 বাৰ চেক্টৰ সীমা পৰিদৰ্শন কৰিছে ৷ তাৰ ভিতৰত 2018 চনত চাৰিবাৰ আৰু ছয়বাৰ 2019 চনত ৷

কিন্তু 2021 চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে 20 বাৰ PLA ৰ বিষয়াই লুংলা সীমান্ত পৰিদৰ্শন কৰিছে যদিও সেনা বাহিনীৰ এছ এছ বিয়ে বৰ্তমান এইয়া কোনো নতুন কথা নহয় বুলি জানিব দিয়ে । তথাপিও ইয়াক লৈ প্ৰতিটো বাহিনীয়ে দিনে নিশাই প্ৰচণ্ড ঠাণ্ডাৰ মাজতো সীমান্তত চোকা দৃষ্টি নিক্ষেপ কৰি আছে বুলি জনায় 67 এছ এছ বি ৰ কামাণ্ডাৰ ৰাজ কুমাৰে ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ চীনা সীমান্তত প্ৰথমবাৰৰ বাবে স্থাপন এয়াৰ স্পেছ ৰাডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.