ETV Bharat / city

শোণিতপুৰত কৰ'ণা সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি - চেন্নাই

শোণিতপুৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ বৰ্তমান জিলাখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি ৷

sonitpur_tezpur_covid_positve_death
শোণিতপুৰত কৰ'ণা সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা 11জনলৈ বৃদ্ধি
author img

By

Published : Sep 14, 2020, 10:56 PM IST

তেজপুৰ,১৪ ছেপ্টেম্বৰ : শোণিতপুৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সোমবাৰে শোণিতপুৰ জিলাত পুনৰ কৰ'না আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । মৃত লোক তেজপুৰৰ নপাম নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী খোকন সৰকাৰ ৷ চেন্নাইৰ স্হিত গ্ল'বেল হাস্পতালত মৃত হয় লোকজনৰ ৷ আনহাতে আজি কৃষ্ণ বাস্তুলা আৰু দিলীপ দত্ত নামৰ আন দুজন লোকৰো মৃত্যু হয় কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ ৷

অন্য এক খবৰ: সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ সৰৱ ধুবুৰী জিলা বার্তাজীৱী সংঘ

উল্লেখ্য যে,তেজপুৰ বিশ্ব বিদ্যালয়ৰ সন্মুখৰ ভাৰচিটি হোটেলৰ স্বত্বাধিকাৰী খোকন সৰকাৰ নামৰ লোকজন বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু 9দিন পূৰ্বে লোকজনক চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল৷ ইয়াৰ চাৰিদিন পাছতে তেওঁৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে৷ লোকজনৰ শেষ কৃত্য আজি চেন্নাইতে সম্পন্ন কৰা হৈছে৷ বৰ্তমানলৈকে শোণিতপুৰত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ মুঠ 9জন লোকৰ মৃত্যু ঘটে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.