ETV Bharat / city

ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ শুভ উদ্বোধনী - তেজপুৰ ডেকাৰগাঁও ষ্টেচন

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে সুখবৰ ৷ বহু জল্পনা কল্পনাৰ অন্তত উদ্বোধন কৰা হ’ল তেজপুৰ ডেকাৰগাঁও ষ্টেচনৰ পৰা উজনি অসমৰ ডিব্ৰুগড় লৈ যাতায়তৰ বাবে ইন্টাৰচিটি ৰে’ল সেৱা ৷

ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ শুভ উদ্বোধনী
author img

By

Published : Aug 19, 2019, 12:13 PM IST

তেজপুৰ,১৯ আগষ্টঃ ৰাজ্যৰ যাতায়ত ব্যৱস্থাত সংযোজন হ’ল নতুন ৰে’ল সেৱাৰ ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজৰ বাবে আহিল এক সুখবৰ ৷ বহু জল্পনা কল্পনাৰ অন্তত উদ্বোধন কৰা হ’ল তেজপুৰ ডেকাৰগাঁও ষ্টেচনৰ পৰা উজনি অসমৰ ডিব্ৰুগড় লৈ যাতায়তৰ বাবে ইন্টাৰচিটি ৰে’ল সেৱা ৷ সোমবাৰে পৰীক্ষামূলক ভাৱে উদ্বোধন কৰা হয় ডেকাৰগাঁও-ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ ৷ ৰঙিয়া ডিভিছনৰ এ ডি আৰ এম,সন্তোষ কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এই পৰীক্ষামূলক ৰে’ল সেৱাৰ। সপ্তাহটোত পাঁচ দিনৰ বাবে এই ৰে’ল সেৱা আগবঢ়ায় উত্তৰ পূব সীমান্ত ৰে’ল বিভাগে ৷ কেৱল বৃহস্পতিবাৰ আৰু দেওবাৰে বন্ধ থাকিব এই ৰে’লৰ সেৱা বুলি জানিবলৈ দিয়ে ৰঙিয়া ডিভিছনৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে।

ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰে’ল সেৱাৰ শুভ উদ্বোধনী

ইপিনে যাত্ৰাৰ প্ৰথমটো দিনাই কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈয়ে তেজপুৰৰ পৰা 10,0535 টকাৰ টিকট ডেকাৰগাঁও ৰেলৱে ষ্টেচনত মুঠ ১৩৬ জন যাত্ৰীয়ে সংগ্ৰহ কৰিছে ৷ ইয়াৰে আগতীয়াকৈ টিকট সংগ্ৰহ কৰা যাত্ৰীৰ সংখ্যা আছিল ৭৬ জন ৷

উল্লেখযোগ্য যে,বৰ্তমান এই ৰে’ল খনত কোনো ধৰণৰ বিশেষ ডবা সংযোজন কৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত যাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

Intro:ডেকাৰগাঁও আৰু ডিব্ৰুগড় ইন্টাৰচিটি ৰেলৰ উদ্বোধনী ।

তেজপুৰ,১৯আগষ্ট: বহুতো জল্পনাঃ কল্পনাৰ অন্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰাইজে লাভ কৰিলে তেজপুৰ ডেকাৰগাঁও ৰ পৰা উজনি অসমৰ ডিব্ৰুগড় লৈ যাতায়তৰ ব্যৱস্থা । আজি পৰীক্ষা মূলক ভাবে উদ্ধোধন হল ডেকাৰগাঁও ডিব্ৰুগড় ইন্টাৰচিটি ৰেল সেৱা ।
ৰঙিয়া ডিভিছনৰ এ ডি আৰ এম , সন্তোষ কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে এই পৰীক্ষা মূলক ৰেল খনৰ ।

Body:মাত্ৰ পাঁচ দিনৰ বাবে এই ৰেল সেৱা আগবঢ়ায় উত্তৰ পূৱ ফ্ৰণ্টিএর ৰেল বিভাগে কাৰণ বৃস্পতি বাৰ আৰু দেওবাৰে এই ৰেলৰ সেৱা বন্ধ থাকিব বুলি জনায় ৰঙিয়া ডিভিছনৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে ।
যাত্ৰাৰ প্ৰথম দিনাই কোনো ধৰণৰ প্ৰচাৰ নোহোৱাকৈ মাত্ৰ তেজপুৰৰ পৰা ১০,০৫৩৫ টকাৰ টিকট আজি ডেকাৰগাঁও ৰেলৱে ষ্টেছনত মুঠ ১৩৬ জন যাত্ৰী আনহাতে আগতীয়াকৈ টিকট সংগ্ৰহ কৰা আছিল ৭৬ জন যাত্ৰী ।
উল্লেখযোগ্য যে বৰ্তমান এই ৰেল খনত কোনো ধৰণৰ বিশেষ ডবা সংযোজন কৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত যাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি এই ব্যৱস্থা কৰা হব বুলি জানিব দিয়ে

BITE: T T ।
BITE:ADRM, RANGIYA, SANTUSH KUMAR SHARMA
BITE: ACRM, T MANDAL

Conclusion:Ending PTC :
প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৯/৮১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.